--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ লগে লগে নিৰ্বাচন আয়োগে বিশেষ নিৰ্দেশনা জাৰি কৰিছে৷ অনুজ্ঞাপত্ৰ থকা কোনোধৰণৰ মাৰণাস্ত্ৰ লগত ৰাখিব নোৱাৰিব গৰাকীয়ে৷ শীঘ্ৰে স্থানীয় আৰক্ষীক জমা দিব লাগিব অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ৷

আৰু পঢ়িব পাৰিব : মুখ্য নিৰ্বাচন আয়ুক্তই প্ৰকাশ কৰিলে নিয়ম নিৰ্দেশনা, জানক সবিশেষ…

গুৱাহাটীত মজুত আছে ১,৩৬৪টা অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ৷ এই পৰ্যন্ত প্ৰায় ১২০০টা মাৰণাস্ত্ৰ জমা হৈছে গুৱাহাটীৰ থানসমূহত৷ ৫০ হাজাৰতকৈ অধিক নগদ ধন লৈ ঘূৰিব নোৱাৰিব সাধাৰণ জনতাই৷ ৫০ হাজাৰতকৈ অধিক নগদ ধন হাতত থাকিলে লাগিব প্ৰয়োজনীয় নথী-পত্ৰ। ইয়াৰ উপৰি নগদ ধনৰ উৎস দেখুৱাব লাগিব আৰক্ষীক৷

আৰু পঢ়িব পাৰিব : কি হৈছিল ‘বিগ বি’ৰ : উৎকণ্ঠিত অনুৰাগীলৈ আহিল খবৰ

সুৰা সৰবৰাহতো নিশেধাজ্ঞা জাৰি কৰিছে নিৰ্বাচনী আয়োগে৷ নিৰ্দেশনা ভংগকাৰীক ৰুধিবলৈ সমগ্ৰ ৰাজ্যত গঠন কৰা হৈছে ‘ফ্লাইং স্কোৱাড’। প্ৰতিখনটো সমষ্টিত থাকিব ১২টাকৈ ‘ফ্লাইং স্কোনাড’৷ গুৱাহাটীৰ চাৰিটা সমষ্টিৰ বাবে মহানগৰ জিলাটো গঠন কৰা হৈছে ১২টা ‘ফ্লাইং স্কোৱাড’৷ জিলা প্ৰশাসন, আৰক্ষী আৰু আবকাৰী বিষয়াৰে গঠন কৰা হৈছে এই ‘ফ্লাইং স্কোৱাড’।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ