--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দুদিনীয়া ভ্ৰমণসূচীৰে অসমত বাহৰ পতা কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ আজি দ্বিতীয়টো দিন৷ আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলৰ নেতৃত্ব পুনৰ ঘূৰাই অনাৰ প্ৰচেষ্টাৰে উঠি পৰি লাগিছে ৰাজনৈতিক দলটোৰ নেতা-কৰ্মীসকল৷

আৰু পঢ়িব পাৰিব : শান্তিৰ দিশে এখোজ : ভাৰত-পাক সীমান্তত ফুটা নাই এটাও গুলী!

নিৰ্বাচনী প্ৰচাৰৰ লক্ষ্যৰে সোমবাৰে গুৱাহাটীত উপস্থিত হোৱা প্ৰিয়ংকা গান্ধীয়ে আজি বিশ্বনাথ আৰু তেজপুৰত উপস্থিত হ'ব৷ বিশ্বনাথত চাহ বাগিচাৰ শ্ৰমিকৰ সৈতে বাৰ্তালাপ কৰাৰ পাছতে তেজপুৰলৈ যাব প্ৰিয়ংকা৷  তেজপুৰৰ কংগ্ৰেছৰ বিশাল সমাৱেশত অংশ ল’ব প্ৰিয়ংকাই৷

আৰু পঢ়িব পাৰিব : আসন বুজাবুজি : অখিল গগৈৰে লুৰিণৰ বৈঠক, শীঘ্ৰেই ঘোষণা

আনহাতে, জিলাখনৰ মহাভৈৰৱ মন্দিৰত আশিস ল’ব প্ৰিয়ংকা গান্ধীয়ে৷  হজৰা ষ্টেডিয়াম খেলপথাৰত হ’ব কংগ্ৰেছৰ জনসভাখন৷ জানিব পৰা মতে বিশ্বনাথৰ পাৱাৰ গ্ৰীডৰ অতিথিশালাত নিশা কটালে প্ৰিয়ংকাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement