--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বৰ্তমান ভাৰতৰ ভিতৰতে ৰবৰ উৎপাদনৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে অসম।প্ৰথম স্থানত আছে কেৰালা।

ডিজিটেল ডেস্ক: ৰবৰ উৎপাদনৰ ক্ষেত্ৰত অসমৰ ভৱিষ্যৎ ভাল। বৰ্তমান ভাৰতৰ ভিতৰতে ৰবৰ উৎপাদনৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে অসম। প্ৰায় ৪৪ হাজাৰ টন ৰবৰ উৎপাদন হয় অসমত। ভাৰতত ৰবৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে কেৰালা।


ৰবৰ উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে উত্তৰ পূৱৰ আন এখন ৰাজ্য ত্ৰিপুৰা। ১৯৪৭ চনৰ আইন অনুসৰি ভাৰতত প্ৰথম স্থাপন হৈছিল ৰবৰ বৰ্ড। 


কেৰালাৰ ৰবৰ বৰ্ড প্ৰতিষ্ঠা কৰিছিল দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে। অসমত ৰবৰ বাগানৰ ভৱিষ্যত সন্দৰ্ভত উল্লেখ কৰি ৰবৰ বৰ্ডৰ কাৰ্যবাহী অধীক্ষক শ্ৰী এম ভাষানঠাগেচানে কয় যে অসমৰ জলবায়ু ৰবৰ খেতিৰ বাবে যথেষ্ট উপযোগী সেয়েহে অসমত এতিয়া ৰবৰ গছ ৰোপণৰ সংখ্যাও বৃদ্ধি কৰা হৈছে আৰু ৰবৰ খেতিৰ বাবে প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে।


ৰবৰ খেতিয়কসকলৰ বাবে ৰবৰ ব'ৰ্ডে লৈছে বিভিন্ন পদক্ষেপ। যিহেতু বৰ্তমানেও দেশত চাহিদা অনুসৰি পৰ্যাপ্ত নহয় ৰবৰৰ উৎপাদন। প্ৰাগ নিউজৰ সাংবাদিক দীপাংকৰ শইকীয়াই কেৰালাৰ কাট্ৰায়মত থকা ৰবৰ বাগানত প্ৰত্যক্ষ কৰে কেইবাখনো দেশৰ ৰবৰ গছ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ