--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • হত্যা কৰি ৰচীৰে ওলোমাই থৈ গ'ল ব্যক্তিগৰাকীক। ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে দুৰ্বৃত্তই।

ডিজিটেল ডেস্ক: পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি হল অসমীয়া ব্যক্তি। তেলেংগানাৰ হায়দৰাবাদত নগাঁৱৰ ব্যক্তিক হত্যা।


হত্যা কৰি ৰচীৰে ওলোমাই থৈ গ'ল ব্যক্তিগৰাকীক। ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে দুৰ্বৃত্তই। 


মৃত ব্যক্তিজন নগাঁও পুৰণিগুদাম বৰপানীগাঁৱৰ নৃপেন বৰা(৪৫) বুলি জানিব পৰা গৈছে।


হায়দৰাবাদৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল নৃপেন বৰা। পত্নী আৰু কন্যা সন্তানক নগাঁৱৰ ঘৰত থৈ হায়দৰাবাদত কৰ্মৰত হৈ আছিল নৃপেন।


নৃপেনক কোনে কিয় হত্যা কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্ত অব্যাহত।


নৃপেন বৰাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে পৰিয়ালৰ লোক শোকত ভাগি পৰিছে। 


পুৰণিগুদামত পৰিছে গভীৰ শোকৰ ছাঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ