--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ। ইয়াৰ ফলত ৭ জন মৃত্যুমুখত পৰে।

উত্তৰ প্ৰদেশৰ কৌশাম্বী জিলাৰ এটা আতচবাজী কাৰখানাত সংঘটিত বিস্ফোৰণত৭ জন লোক নিহত হয়। এই ঘটনাত আৰু ৭ জন লোক গুৰুতৰভাৱে আহত হয়। 

দেওবাৰে দুপৰীয়া ১২ বজাত সংঘটিত হয় এই ভয়ংকৰ বিস্ফোৰণ। ১০ খন অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত এই জুই নিৰ্বাপন কৰা হয়।

জানিব পৰা মতে, কৌশাম্বীৰ মহেভা গাঁৱত সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে এক কিলোমিটাৰ দূৰত্বৰ পৰাও এই বিস্ফোৰণৰ শব্দ শুনা গৈছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি কাৰখানাটোত প্ৰায় ১৮ জন লোক কৰ্মৰত আছিল। এই বিস্ফোৰণত মৃত্যু হয় কাৰখানাটোৰ মালিক ৩৫ বছৰীয়া শ্বাহিদৰ। 

আৰক্ষীৰ সূত্ৰই লগতে জনাইছে যে এই কাৰখানাটো বৈধ আৰু এই কাৰখানাৰ বাবে স্থানীয় প্ৰশাসনৰ পৰা সকলো ধৰণৰ অনুমতি লোৱা হৈছিল।

 শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী