--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জনপ্ৰিয় মেছেজিং এপ ৱাটচএপৰ সামান্য পদ্ধতিগত পৰিৱৰ্তন দেখা গৈছে৷ ৱাটচএপৰ অন্যতম শ্ৰেষ্ঠ বৈশিষ্ট্য হ’ল ইয়াৰ প্ৰফাইল ফটো৷ সাধাৰণ ভাষাত যাক ডিপি বা ডিচপ্লে’ পিকচাৰ বুলিও কোৱা হয়। 

ৱাটচএপৰ এই সুবিধাটো ইমানেই শক্তিশালী যে ডিপি প্ৰস্তুতৰ বাবেও বহুতো এপ উপলব্ধ। আকৰ্ষণীয় ডিপি বনোৱা টিউটোৰিয়েল ভিডিঅ’ও ইউটিউবত উপলব্ধ। 

কিন্তু, ডিপিক লৈ ৱাটচএপে আনিছে সীমাবদ্ধতা৷ এতিয়াৰে পৰা ৱাটচএপৰ ডিপিৰ স্ক্ৰীণশ্বট ল’ব নোৱাৰিব ব্যৱহাৰকাৰীয়ে৷ ৱাটচএপ এপটোৰ প্ৰতিবন্ধকতাৰ বাবে ল’ব নোৱাৰিব ডিপিৰ স্ক্ৰীণশ্বট৷

উল্লেখযোগ্য যে এপটোৱে ব্যৱহাৰকাৰীসকলৰ গোপনীয়তাৰ বাবে নিৰন্তৰভাৱে বহুতো সুবিধা আগবঢ়াই থাকে৷ উদাহৰণস্বৰূপে, কেইমাহমান পূৰ্বে ভিউ ৱান্স সুবিধাৰ সৈতে স্ক্ৰীণশ্বট লোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। এতিয়া প্ৰ’ফাইল ফটোৰ সৈতে এই নতুন সুবিধা নিশ্চিতভাৱে ব্যৱহাৰকাৰীসকলৰ সুৰক্ষাজনিত দিশত কাৰ্যকৰী হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ