--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুখী জীৱনৰ বাবে বাস্তু শাস্ত্ৰত বহু উপায়ৰ কথা উল্লেখ আছে। সেইবোৰ গ্ৰহণ কৰিলে দেৱী লক্ষ্মীৰ কৃপা সদায় থাকে আৰু কেতিয়াও আৰ্থিক সংকটৰ সন্মুখীন হ’ব লগা নহয়। বাস্তু শাস্ত্ৰৰ মতে ৰাতি শোৱাৰ আগতে কিছু টিপচ্ ট্ৰাই কৰিব লাগে। ইয়াৰ দ্বাৰা ঘৰত যি বাস্তু দোষ থাকে, সেয়া শুধৰণি কৰিব পৰা যায়।

পাকঘৰঃ ৰাতি শোৱাৰ আগতে বাল্টি এটাত পানী ভৰাই পাকঘৰত ৰাখিব। এনে কৰিলে এজন ব্যক্তিয়ে ঋণৰ পৰা মুক্তি পায় আৰু টকাৰ সমস্যাও নাইকিয়া হয়। ইয়াৰ সমান্তৰালকৈ ঘৰৰ অৰ্থনৈতিক অৱস্থাও মজবুত হৈ পৰে।

বাল্টিঃ বাস্তু শাস্ত্ৰৰ মতে খালী বাল্টি কেতিয়াও বাথৰুমত ৰাখিব নালাগে। সদায় পানীৰে ভৰা বাল্টি এটা ৰাখিব লাগে। এই কথাত মাতৃ লক্ষ্মী সন্তুষ্ট হৈ আশীৰ্বাদৰ বৰষুণ দিয়ে। ৰাতি শোৱাৰ আগতে বাথৰুমত পানীৰে ভৰা বাল্টি এটা ৰাখিবলৈ নাপাহৰিব।

চাকিঃ যদি আপুনি মা লক্ষ্মীৰ আশীৰ্বাদ ঘৰত পাব বিচাৰে তেন্তে প্ৰতিদিনে সন্ধিয়া ঘৰৰ মূল দুৱাৰত এটা চাকি জ্বলাই ৰাখিব লাগে। ইয়াৰ লগতে মূল দুৱাৰৰ লাইটটোও জ্বলি থাকিব লাগে। বাস্তু শাস্ত্ৰৰ মতে ৰাতি ঘৰত পোহৰ থাকিলে দেৱী লক্ষ্মী সন্তুষ্ট হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক