--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটাৰ পাছত আনটো অনাকাংক্ষিত খবৰে চুই গৈছে পাকিস্তান ক্ৰিকেটক। পাক কিংকবদন্তী জহীৰ আব্বাছ আইচিইউত ভৰ্তি হোৱাৰ খবৰৰ উদ্বিগ্নতা মাৰ নাযাওঁতেই আহি পৰিছে আন এক হৃদয়বিদাৰক খবৰ।

পাকিস্তানৰ সিন্ধ প্ৰদেশত এগৰাকী যুৱ ক্ৰিকেটাৰৰ চাঞ্চল্যকৰ পদক্ষেপ এতিয়া চৰ্চিত হৈ পৰিছে সৰ্বত্ৰে। ক্ৰিকেট দলত স্থান নোপোৱা বাবে এগৰাকী পাক তৰুণ বলাৰে আত্মহত্যাৰ চেষ্টা চলোৱাৰ খবৰ আহিছে। পাক খেলুৱৈগৰাকীৰ নাম হৈছে শ্বোৱেইব।

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ আন্তঃৰাজি্যক  চেম্পিয়নশ্বিপত নিৰ্বাচিত নোহোৱাত হাতৰ শিৰ কাটে শ্বোৱেইবে। সম্প্ৰতি তেওঁৰ অৱস্থা সংকটজনক বুলি জানিবলৈ পোৱা গৈছে। শ্বোৱেইব পৰিয়ালে সদৰী কৰা মতে, মানসিকভাৱে ভাগি পৰিছিল তেওঁলোকৰ পুত্ৰ। এক বিবৃতিত শ্বোৱেইবৰ পৰিয়ালে কয় , ‘বাথৰুমত অচেতন অৱস্থাত তেওঁক দেখা পাওঁ। লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও শ্বোৱেইবৰ বৰ্তমান অৱস্থা অত্যন্ত সংকটজনক।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ