--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • য়েমেনৰ ইৰান সমৰ্থিত 'হুথি' বিদ্রোহী বাহিনীয়ে শীঘ্ৰেই ইৰানৰ হৈ মধ্যপ্রাচ্যৰ যুদ্ধখনত অংশ লোৱাৰ সম্ভাৱনা আছে।

ডিজিটেল ডেস্ক: আমেৰিকাই আক্রমণ অব্যাহত ৰাখিলে আন এক অতি গুৰুত্বপূৰ্ণ জলপথ বন্ধ কৰাৰ ভাবুকি দিছে ইৰানে। বিশ্বৰ সাগৰীয় পৰিবহণ ব্যৱস্থাৰ এটা গুৰুত্বপূর্ণ পথ হৈছে 'বাব আল-মান্দাব' প্রণালী। 


য়েমেনৰ ইৰান সমৰ্থিত 'হুথি' বিদ্রোহী বাহিনীয়ে শীঘ্ৰেই ইৰানৰ হৈ মধ্যপ্রাচ্যৰ যুদ্ধখনত অংশ লোৱাৰ সম্ভাৱনা আছে। যদি হুথি বিদ্রোহী গোট ইৰানৰ সমৰ্থনত যুদ্ধত নামে তেন্তে বাব আল-মান্দাব বা মান্দাব প্রণালী ইৰানে বন্ধ কৰি দিব পাৰে।


আমেৰিকা আৰু ইজৰাইলে আক্রমণ অব্যাহত ৰাখিলে এই প্রণালী শীঘ্রে বন্ধ কৰি দিয়াৰ ভাবুকি দিছে তেহৰানে। 


উল্লেখযোগ্য যে লোহিত সাগৰ আৰু চুয়েজ কেনেলক ভাৰত মহাসাগৰেৰে সংযোগ ঘটাইছে এই মান্দাৰ প্রণালীয়ে। বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত এই প্রণালী আন এক গুৰুত্বপূৰ্ণ জলপথ। এই বিশ্বৰ চতুৰ্থ সর্ববৃহৎ জাহাজ পথ মান্দাব প্রণালীৰে বিশ্বৰ এক পঞ্চমাংশ খাৰুৱা তেল আৰু তৰলীকৃত প্রাকৃতিক গেছ পৰিবহণ হয়। হৰমুজ প্রণালীৰ পাছত এতিয়া ইৰানে মান্দাৰ প্রণালীও যদি বন্ধ কৰি দিয়ে তেন্তে সমগ্র বিশ্বই এক ভয়াৱহ সংকটৰ সন্মুখীন হোৱাটো নিশ্চিত।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ