--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ সৈতে মানুহে অনাদি কালৰে পৰা সহাৱস্থান কৰি আহিছে। প্ৰাকৃতিক দুৰ্যোগ, বন্য জীৱ জন্তুৰ আক্ৰমণ আদিৰ পৰা ৰক্ষা পৰিবলৈ মানুহে বিভিন্ন কৌশল অৱলম্বন কৰি আহিছে। বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ ডিঙিত পিতৰ ৰিং পিন্ধা এটা জনগোষ্ঠীয়ে বহুতৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে।

লক্ষ্যণীয় কথাটো হ'ল জনগোষ্ঠীটোৰ প্ৰতি গৰাকী নাৰীয়ে ডিঙিত দীঘল পিতলৰ ৰিং পিন্ধে। এয়া তেওঁলোকৰ এক পৰম্পৰাত পৰিণত হৈছে।

ভাৰত-ম্যানমাৰ সীমান্তৰ কায়াহ প্ৰদেশৰ বাসিন্দা এই জনগোষ্ঠীটোৰ নাম কায়ান।


যুগ যুগ ধৰি কায়ান জনগোষ্ঠীৰ নাৰী সকলে ডিঙিত উজ্জ্বল পিতলৰ ৰিং পিন্ধি আহিছে।

ম্যানমাৰৰ কায়াহ প্ৰদেশত বাঘৰ উপদ্ৰৱ খুবেই বেছি।

বাঘে জনগোষ্ঠীটোৰ বহু লোকৰ প্ৰাণ কাঢ়ি নিছে। জনগোষ্ঠীটোৰ লোকসকলে ভাবে যে ঘৰত অকলে থকা মহিলা সকলক বাঘে সহজে আক্ৰমণ কৰিব পাৰে।

সেইবাবেই কায়ান জনগোষ্ঠীৰ সকলো নাৰীয়েই বাঘে যাতে ডিঙিত কামুৰি মৃত্যু ঘটাব নোৱাৰে তাৰ বাবে ডিঙিত পিতলৰ দীঘল ৰিং পিন্ধে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ