--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ব্ৰাহ্মণৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য প্ৰদান কৰি বিপদত পৰিছে খোদ মুখ্যমন্ত্ৰীৰ পিতৃ। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ পিতৃৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিছে ৰাজ্যখনৰ আৰক্ষীয়ে। মুখ্যমন্ত্ৰীৰ পিতৃ নন্দ কুমাৰ বাঘেলে শেহতীয়াকৈ উত্তৰ প্ৰদেশত কৈছিল- -
“মই ভাৰতৰ প্ৰতিগৰাকী গাঁওবাসীলৈ আহ্বান জনাই কওঁ যে আপোনালোকে নিজৰ গাঁওত কোনো ব্ৰাহ্মণ ব্যক্তিক প্ৰৱেশ কৰিবলৈ নিদিব। তেওঁলোকক (ব্ৰাহ্মণসকলক) বৰ্জন কৰাৰ স্বাৰ্থত মই আন সকলো সম্প্ৰদায়ৰ লোকৰ সৈতেই কথা পাতিম।আমি সকলোৱে তেওঁলোকক ভল্গা নদীৰ পাৰলৈ ওভোতাই পঠিয়াব লাগিব”।


অৱশ্যে নিজ পিতৃক আইনৰ মেৰপেচৰ পৰা ৰক্ষা কৰিবলৈ যেন আগ্ৰহী নহয় মুখ্যমন্ত্ৰী পুত্ৰ।
ভূপেশ বাঘেলে কয়, “ আইনৰ উৰ্ধত কোনো ব্যক্তি নহয়। এনেকি উৰ্ধত নহয় মোৰ ৮৬ বছৰ বয়সীয়া পিতৃও। ছট্টিশগড় চৰকাৰে প্ৰতিটো ধৰ্ম, সম্প্ৰদায় আৰু তেওঁলোকৰ অনুভূতিক সন্মান কৰে। মোৰ পিতৃ নন্দ কুমাৰ বাঘেলে এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা মন্তব্যই সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিছে। তেওঁৰ বক্তব্যৰ বাবে মই অতিকে দুখিত। এগৰাকী পুত্ৰ হিচাপে মই তেওঁক সন্মান কৰো কিন্তু মুখ্যমন্ত্ৰী হিচাপে মই তেওঁৰ ভুল ক্ষমা কৰিব নোৱাৰো। এই ভুলে ৰাজহুৱা শৃংখলা অৰু শান্তি-সম্প্ৰীতি বিনষ্ট কৰাৰ আশংকা প্ৰৱল”।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ