--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজাৰাৰ এটি ট্ৰেন্সপৰ্টাৰ কোম্পানীৰ পৰা প্ৰায় ৩৫ লাখ টকাৰ কেচট্ৰোল কোম্পানীৰ মবিল লোডিং কৰি অসমৰ বিভিন্ন ঠাইত বিক্ৰীৰ ব্যৱস্থা কৰিছিল।

ডিজিটেল ডেস্ক: দীৰ্ঘদিন ধৰি আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা দুৰ্ধৰ্ষ ডকাইত আৰক্ষীৰ জালত। আজাৰাৰ এটি ট্ৰেন্সপৰ্টাৰ কোম্পানীৰ পৰা প্ৰায় ৩৫ লাখ টকাৰ কেচট্ৰোল কোম্পানীৰ মবিল লোডিং কৰি অসমৰ বিভিন্ন ঠাইত বিক্ৰীৰ ব্যৱস্থা কৰিছিল।


বিশেষকৈ ডিমাপুৰত লোডিং কৰিব লগীয়া সামগ্ৰীখিনি ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেন সহিতে প্ৰায় উত্তৰ কামৰূপৰ ১০/১২ জনীয়া দুৰ্ধৰ্ষ ডকাইতৰ দলে নাগালেণ্ড ডিমাপুৰত আনলোডিং নকৰি কামৰূপ-দৰং জিলাৰ সীমান্তৱৰ্তী হালধা গাঁৱৰ এখন দোকানত মজুত কৰি ৰাখিছিল উক্ত সামগ্ৰীখিনি। 


ট্ৰেন্সপৰ্টাৰ কোম্পানীৰ এজাহাৰ মৰ্মে আজাৰা থানা আৰু বাইহাটা চাৰিআলি আৰক্ষী থানাৰ সহযোগত জিপিএছৰ সহায়ত চাৰিজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দলটোত আছিল মুঠ ১১জন যুৱক।


মুন্না আহমেদ ,ৰাজীৱ আলী, ইফটিকাৰ আৰু বিকু নামৰ যুৱককেইজনক আটক কৰিবলৈ সক্ষম হয়। সমগ্ৰ চুৰিকাৰ্যৰ পৰিকল্পনাটিৰ মাষ্টাৰ মাইণ্ড মইনুল আলীৰ লগতে আন ছয়জন ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰিছে তদন্ত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ