--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গোপন এক তথ্যৰ ভিত্তিত যোৱাকালি গৌৰীপুৰ থানাৰ এছ আই (পি) প্ৰভাষ কৰ্মকাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চিতলকাটি গাঁৱৰ সমীপত অভিযান চলায়।

ডিজিটেল ডেস্ক: ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে চলোৱা এক অভিযানত অবৈধভাৱে গৰু মাংস বিক্ৰীৰ অভিযোগত চাৰিজন লোকক আটক কৰা হৈছে। ইয়াৰ লগতে জব্দ কৰা হৈছে প্ৰায় ২৩.৫০ কেজি গো মাংস আৰু এখন লোহাৰ তৰোৱাল।


গোপন এক তথ্যৰ ভিত্তিত যোৱাকালি গৌৰীপুৰ থানাৰ এছ আই (পি) প্ৰভাষ কৰ্মকাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চিতলকাটি গাঁৱৰ সমীপত অভিযান চলায়।


ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে সন্দেহজনক গো মাংস বিক্ৰী কৰি থকা অৱস্থাত চাৰিজন লোকক হাতে-লোটে আটক কৰে। আটকাধীন লোককেইজন নবিয়াল হক, আছিম উদ্দিন, চান্দ মিঞা আৰু আইজাল হুছেইন। আটাইকেইজনেই গৌৰীপুৰ থানাৰ অন্তৰ্গত চিতলকাটি গাঁৱৰ বাসিন্দা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ