--°C
Loading...
Listen to Article
2 min read
80%

ব্ৰাজিলঃ কৰ’না মহামাৰীৰ সন্ত্ৰাসে বিগত সময়ছোৱাত তুলি ধৰা ভয়াৱহ ছবিখন আমাৰ জ্ঞাত। সমগ্ৰ বিশ্বই এই মহামাৰীক প্ৰতিহত কৰিবলৈ প্ৰস্তুতি চলাই গৈছে। ইয়াৰ মাজতে এক উদ্ৰেগজনক খবৰ পোহৰলৈ আহিছে। বিশ্বৰ অন্যতম আগশাৰীৰ দেশ ব্ৰাজিলত কৰ’না মাৰন ভাইৰাছৰ কবলত পৰি ৩০০ সাংবাদিকে এতিয়ালৈ প্ৰাণ হেৰুৱাইছে।

২০২০ চনৰ জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ জুলাই মাহলৈকে সাংবাদিকসকলৰ কৰ’নাত মৃত্যু হয়। ব্ৰাজিলৰ নেচনেল ফেডাৰেচন অৱ জাৰ্নালিষ্টছৰ মুৰব্বী মাৰিয়া জোছ ব্ৰাগাই কয় যে, ‘বৰ্তমান টিকাকৰণ কাৰ্যসূচী ব্যাপকৰূপে প্ৰচলন হৈ আছে। ফলত সাংবাদিকসকলৰ মাজত সংক্ৰমণৰ আশংকা পূৰ্বৰ তুলনাত কিছু হ্ৰাস পাইছে।’


উল্লেখ্য যে, বিশ্বত সৰ্বাধিক সংখ্যক কৰ’না মহামীৰত মৃত্যু হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত। আমেৰিকাৰ পাছতে আছে ব্ৰাজিল।এতিয়ালৈকে, দেশখনৰ কৰ’নাত ৫৬৬,৯০০ লোকৰ মৃত্যু হৈছে।আনহাতে ব্ৰাজিলত এতিয়ালৈকে ২কোটি ২৮হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ