--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মৃত লোকজনৰ নাম বাবু ৰামচিয়াৰী। মৃত লোকজনৰ আনুমানিক বয়স ৮৫ বছৰ।

ডিজিটেল ডেস্ক: বাক্সাত নিশা প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ ঘটনা সংঘটিত হয়। প্ৰচণ্ড ধুমুহাত ঘৰৰ বেৰ ভাঙি শুই থকা অৱস্থাত এজন লোকৰ মৃত্যু।


মৃত লোকজনৰ নাম বাবু ৰামচিয়াৰী। মৃত লোকজনৰ আনুমানিক বয়স ৮৫ বছৰ। 


বাক্সাৰ নিকাছী আৰক্ষী চকীৰ অন্তৰ্গত মতিপুৰত এই শোকাৱহ ঘটনা সংঘটিত হৈছে।


ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। 


প্ৰচণ্ড ধুমুহাত ৰবৰ বাগান আৰু তামোলৰ বাগানৰো বিস্তৰ ক্ষতিসাধন হয়।


বাবু ৰামচিয়াৰীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ