--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২২ ডিচেম্বৰত সত্ৰ আদালতলৈ গোচৰটো হস্তান্তৰ হৈছিল। CJMৰ পৰা সত্ৰ আদালতলৈ হস্তান্তৰ হৈছিল গোচৰটো।

ডিজিটেল ডেস্ক: জুবিন গাৰ্গ নোহোৱা হোৱা আজি ছমাহ হল। ২০২৫ বৰ্ষৰ ৯ ছেপ্টেম্বৰ দিনটোক কেতিয়াও পাহৰিব নোৱাৰে অসমীয়াই। সেই দিনটোতে কায়িকভাৱে আমাৰ মাজৰ পৰা গুচি গল প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ। জুবিনৰ মৃত্যুত অসমীয়াৰ বুকুৰ কেঁচা ঘাঁ ডোখৰ আজিও শুকুৱা নাই। আজিও তেওঁক মনত পেলাই চকুপানী টোকে অসমীয়াই।  


পাহৰিব নোৱাৰা সেই ক’লা দিনটোৱে চকুৰ পলকতে ছমাহ সম্পূৰ্ণ কৰিলে। কায়িকভাৱে জুবিন গাৰ্গ নোহোৱা হোৱা আজি ছমাহ সম্পূৰ্ণ হ’ল। এই ছমাহত জুবিনৰ মৃত্যু তদন্তৰ বাবে চৰকাৰৰ SIT গঠন, SITৰ চাৰ্জশ্বীট দাখিল। আৰম্ভ হ’ল আদালতত ন্যায়িক প্ৰক্ৰিয়া। অতি পৰিতাপৰ কথা যে জুবিনক্ষেত্ৰৰ সমাধি আজি ছমাহে সম্পূৰ্ণ নহ’ল। যাৰ বাবে ক্ষোভত আছে সমগ্ৰ অসমবাসী। 


জুবিন নোহোৱা হোৱাৰ ৬মাহ দিনটোতে আজি সত্ৰ আদালতত জুবিন হত্যা গোচৰৰ শুনানি। আদালতত অভিযুক্ত সকলক চার্জফ্ৰেম কৰাৰ সম্ভাৱনা। ২২ ডিচেম্বৰত সত্ৰ আদালতলৈ গোচৰটো হস্তান্তৰ হৈছিল। CJMৰ পৰা সত্ৰ আদালতলৈ হস্তান্তৰ হৈছিল গোচৰটো। ৩ জানুৱাৰীত সত্ৰ আদালতত প্ৰথমটো শুনানি হৈছিল। আজি হ’ব জুবিন গাৰ্গৰ গোচৰৰ ১১ নম্বৰ শুনানি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ