--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশত ছাত্র সমাজ পুনৰ ৰাজপথলৈ ওলাই আহিছে। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ প্রায় ছমাহৰ পাছত মহম্মদ ইউনুছৰ নেতৃত্বৰ দেশখনৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ বিৰুদ্ধে আন্দোলনত নামে ছাত্র-ছাত্রীসকল

 একে সময়তে আইন-শৃংখলা ব্যৱস্থা সামৰিক বাহিনীৰ নিয়ন্ত্ৰণলৈ নিয়া বুলি সেনা প্রধানে ঘোষণা কৰিছে। 

উল্লেখযোগ্য যে দেশখনত মহিলা আৰু শিশুৰ বিৰুদ্ধে যৌন হিংসা অব্যাহত থকাত ছাত্র-ছাত্রীসকল ক্ষুব্ধ হৈ পৰে। ইউনুছৰ নেতৃত্বত অন্তৰ্ৱৰ্তী চৰকাৰ এই অপৰাধসমূহ প্ৰতিৰোধ কৰাত ব্যর্থ হোৱাৰ অভিযোগ কৰি ঢাকাত বৃহৎ সংখ্যক ছাত্র-ছাত্রীয়ে বিক্ষোভ প্রদর্শন কৰে। 

ঢাকাৰ জগন্নাথ বিশ্ববিদ্যালয়, ইডন কলেজ, গভর্নমেন্ট টিটুমিৰ কলেজ, ইউনিভাৰ্ছিটি অব লিবাৰেল আৰ্টছ বাংলাদেশ আৰু বি আৰ এ চি বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ বৃহৎসংখ্যক ছাত্র-ছাত্রীয়ে এই বিক্ষোভ প্রদর্শনত অংশ গ্রহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে কৰা অভিযোগ মতে, দেশখনত অপৰাধ প্ৰতিৰোধ কৰাত চৰকাৰ ব্যৰ্থ হৈছে। তেওঁলোকে দেশখনৰ গৃহ বিভাগৰ উপদেষ্টাজনৰ পদত্যাগ দাবী কৰে।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ