--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাস্তু বিশেষজ্ঞৰ মতে ঘৰত থকা এটা বাস্তুদোষে এজন ব্যক্তিৰ অগ্ৰগতিত বাধা প্ৰদান কৰে। বাস্তুশাস্ত্ৰত বাস্তুদোষ দূৰ কৰাৰ বাবে কিছুমান নিয়মৰ কথা উল্লেখ কৰা হৈছে। এই নিয়মবোৰে ঘৰত ধনাত্মক শক্তিৰ সঞ্চাৰ কৰি ঘৰৰ বাস্তুদোষ নাশ কৰে। বাস্তুৰ মতে কোনবোৰ বস্তু অতি অশুভ বুলি গণ্য কৰা হয় জানি লওক।

* বাস্তু বিশেষজ্ঞৰ মতে কাঁচ ভঙাৰ ফলত ঘৰত ঋণাত্মক শক্তিৰ বৃদ্ধি পায়। কেৱল এয়াই নহয়, মালক্ষ্মীৰ আগমনত বাধাৰ সৃষ্টি কৰে। কোৱা হয় যে ইয়াৰ বাবেই ঘৰৰ বাস্তু সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। ইয়াক দৰিদ্ৰতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

* বাস্তু বিশেষজ্ঞসকলে কয় যে ঘৰত পৰি থকা অপ্ৰয়োজনীয় তাঁৰসমূহ সময়মতে আঁতৰাই পেলোৱা উচিত। যদি তাঁৰবোৰে বহুদিন কাম নকৰে, তেন্তে সময়ত আঁতৰাই পেলাওক। তাঁৰবোৰৰ বিষয়ে এটা বিশ্বাস আছে যে এই পুৰণি তাঁৰবোৰে আপোনাৰ জীৱনটো সম্পূৰ্ণ জটিল কৰি তোলে।

* বাস্তুশাস্ত্ৰত ঘৰত মৌমাখিৰ মৌচাক বনোৱাটো অশুভ বুলি গণ্য কৰা হয়। ই দুৰ্ভাগ্য আৰু দৰিদ্ৰতাক আমন্ত্ৰণ কৰে। আপোনাৰ ঘৰতো যদি মৌমাখিৰ মৌচাক আছে তেন্তে লগে লগে আঁতৰাই পেলাওক। কোৱা হয় যে মৌমাখিৰ মৌচাকত বহুতো ফুটা থাকে যিয়ে আপোনাৰ জীৱনত প্ৰভাৱ পেলায়।

 * বাস্তুৰ অনুসৰি ঘৰত হোৱা মকৰাজাল অশুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে মকৰাজালে দুৰ্ভাগ্যজনক পৰিঘটনাৰ ইংগিত দিয়ে। যদি আপুনিও ঘৰৰ ক’ৰবাত মকৰাজাল দেখা পায়, তেন্তে তৎক্ষণাত আঁতৰাই পেলাওক। মকৰা জালে আপোনাৰ জীৱনত অশান্তিৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ অগ্ৰগতিতো বাধাৰ সৃষ্টি হয়।

* বাস্তুশাস্ত্ৰত কোৱা হৈছে যে ঘৰত চৰাইৰ আগমন শুভ বুলি গণ্য কৰা হয়। কিন্তু ঘৰত চৰাইৰ বাহ বনোৱাটো অশুভ বুলি গণ্য কৰা হয়। বাস্তু বিশেষজ্ঞসকলে কয় যে কপৌৱে প্ৰায়ে ঘৰত বাহ সাজে, যিটো অশুভ বুলি গণ্য কৰা হয়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement