--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : বিশ্বৰ পুৰোধা ব্যক্তিসকলৰ কৰ্মৰাজিক সংগীত তথা চলচিত্ৰ নিৰ্মাণেৰে নৱ ৰূপ দি শ্ৰোতা-দৰ্শক তথা নৱপ্ৰজন্মৰ মাজলৈ নিয়াতো নতুন কথা নহয়।এইবাৰ কবিগুৰুৰ সংগীতক লৈ কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে এগৰাকী শিল্পীয়ে। এই শিল্পীগৰাকী আন কোনো নহয়, বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী সুনিধি চৌহান।

আৰু পঢ়িব পাৰিব : হিংসাজৰ্জৰ বংগ : ‘কনিষ্ঠ ভগ্নী’ মমতালৈ ৰাজ্যপালৰ কঠোৰ বাৰ্তা…

এটা সংবাদ মাধ্যম যোগে জনপ্ৰিয় কন্ঠশিল্পী সুনিধি চৌহানে প্ৰকাশ কৰে যে, ‘ৰবীন্দ্রনাথ ঠাকুৰৰ গীত গাওঁতে খুব সূক্ষ্মভাৱে আৰু সাৱধানেৰে অভ্যাস কৰোঁ।কলকাতাবাসী গীত সম্পর্কে খুব সচেতন-সৰু সৰু ভুলো তেওঁলোকৰ দৃষ্টিত ধৰা পৰে। যিখন ঠাইৰ শ্ৰোতা ইমান সমৃদ্ধ,তেনেস্থলত মোৰ মনত দুগুণ পৰিশ্রম কৰাৰ ইচ্ছা জন্মে।

ৰবীন্দ্রনাথ ঠাকুৰৰ গান মানুহৰ বাবে এটা আৱেগ।‘
সংবাদ মাধ্যমযোগে ভৱিষ্যতে ৰবীন্দ্রনাথ ঠাকুৰৰ গীত সমূহক লৈ কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে শিল্পীগৰাকীয়ে। তেওঁ সদৰি কৰে যে, ‘ৰবীন্দ্র সংগীত এটা সমুদ্ৰৰ দৰে। তেওঁৰ পূৰণি গীতসমূহ মোৰ বাবে সদায় নতুন। সুযোগ পালে ভৱিষ্যতে ৰবীন্দ্র সংগীতসমূহক লৈ কাম কৰিম।‘

আৰু পঢ়িব পাৰিব : কৰ’নাৰ হটস্পট : গুৱহাটীৰ বহু অঞ্চল হ’ব কণ্টেইনমেণ্ট জ’ন, চাওক সবিশেষ


এই গীতসমূহ ৰিমিক্সৰ প্ৰসংগতো শিল্পীগৰাকীয়ে কয়, ‘সকলোৱে নতুনত্ব বিচাৰে।এইটো ভাল কথা। কিন্তু সতৰ্কতাৰে ৰিমিক্স কৰাটো দৰকাৰ, ৰিমিক্স কৰিবলৈ যাওঁতে মূল সংগীতৰ যাতে ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ