--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ১৯৭১ চনতে জন্ম লাভ কৰা এই সংস্থাটিয়ে প্ৰতি বছৰে মাঘ বিহু, বহাগ বিহু, জ্যোতি দিৱস, ৰাভা দিৱস, শংকদেৱৰ তিথি, জন্মাষ্টমী ইত্যাদি উৎসৱ-পাৰ্বন পালন কৰি আহিছে।

ডিজিটেল ডেস্ক: কলকাতাত উদযাপন কৰা হয় ভোগালী উৎসৱ আৰু শিল্পী দিৱস। কলকাতাৰ অসমীয়া মহিলা কল্যাণ সংস্থাৰ উদ্যোগত শনিবাৰে অসম ভৱন প্ৰাংগনত অনুষ্ঠিত কৰা হয় ভোগালী উৎসৱ আৰু শিল্পী দিৱস। ভোগালী উৎসৱত বিহুৰ কুইজকে আদি কৰি বিভিন্ন খেল-ধেমালিৰ অয়োজন কৰা হয় । 


সমান্তৰালকৈ মহিলা কল্যাণ সংস্থাৰ সদস্যাসকলে শিল্পী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে। ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ গীত-মাত , কবিতাৰে এখনি আটক ধুনীয়া সংগীতালেখ্য মনস্থ কৰে। 


লগতে ৰূপকোঁৱৰৰ নৃত্য নাট্য, সংগীত আৰু কবিতাৰ সমাহাৰেৰে অসম ভৱন প্ৰাংগণ মুখৰিত হৈ পৰে। ১৯৭১ চনতে জন্ম লাভ কৰা এই সংস্থাটিয়ে প্ৰতি বছৰে মাঘ বিহু, বহাগ বিহু, জ্যোতি দিৱস, ৰাভা দিৱস, শংকদেৱৰ তিথি, জন্মাষ্টমী ইত্যাদি উৎসৱ-পাৰ্বন পালন কৰি আহিছে।


অসমৰ কৃষ্টি-সংস্কৃতিক অসমৰ বাহিৰতও প্ৰচাৰ কৰি যোৱাটোৱেই সংস্থাটিৰ উদ্দেশ্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ