--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট খেলত কে এল ৰাহুল আৰু ৰবীন্দ্ৰ জাডেজা বাহিৰ হৈছে। ইয়াৰ পিছতে সৰফৰাজ খানক দলত লৈ যোৱা হয়। দীৰ্ঘদিন ধৰি বঞ্চনাৰ বাবে বিগত সময়ত  বিদ্ৰোহ কৰিছিল। অৱশেষত নিৰ্বাচকসকলে তেওঁক নিৰ্বাচিত কৰে। এইবাৰ সৰফৰাজে পাকিস্তান খেলুৱৈৰ পৰাও মেছেজ পালে। ইমাম উল হকে তেওঁক অভিনন্দন জনায়।

যোৱা কেইবছৰমানৰ পৰা ঘৰুৱা ক্ৰিকেটত সৰফৰাজে বহু ৰান সংগ্ৰহ কৰিছে। বহুদিন ধৰি তেওঁক দলত নিয়াৰ দাবী আছিল। কিন্তু সেয়া নহয় বুলি দেখি সৰফৰাজে এটা সময়ত বিদ্ৰোহ কৰিলে। অৱশেষত তেওঁ এটা সুযোগ পাই ইমাম এক্সৰ হেণ্ডেলত লিখিলে, “Congratulations bro. তোমাৰ বাবে ইমান সুখী।”

সেই পোষ্টটোৰ বাবে ইমামে সমালোচনাও সহ্য কৰিবলগীয়া হৈছে। পাকিস্তানৰ অনুৰাগীয়ে তেওঁক নিজৰ প্ৰদৰ্শনত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।

সৰফৰাজে ২০২২-২৩ ছিজনত ৬খন মেচত গড়ে ৯২.৬৬ ৰান কৰি ৫৫৬ ৰান সংগ্ৰহ কৰে। যোৱা ছিজনত তেওঁ ১২২.৭৫ গড়ে ৯৮২ ৰান সংগ্ৰহ কৰিছিল। লগতে ২০২০ বৰ্ষৰ ছিজনত ৬ খন খেলত ৯২৮ ৰান সংগ্ৰহ কৰে। তেওঁৰ হাততো ত্ৰিশ আছিল। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁৰ গড় ৬৯.৬। তথাপিও ভাৰতীয় দলত তেওঁ ইমান দিনে অৱহেলিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক