--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউড অভিনেত্ৰী আলিয়া ভাট আৰু ৰনবীৰ কাপুৰৰ বিচ্ছেদ হোৱাৰ উপক্ৰম হৈছে বুলি মন্তব্য অভিনেতা-পৰিচালক-প্ৰযোজক কামাৰ আৰ খানৰ। টুইটাৰযোগে তেওঁ সদৰী কৰে যে, ‘২০২২ চনৰ শেষলৈ আলিয়া ভাট আৰু ৰনবীৰ কাপুৰ বিবাহপাশত আবদ্ধ হ’ব। কিন্তু বিয়াৰ ১৫ বছৰ পাছতে আলয়াক ডিভ’ৰ্ছ দিব ৰনবীৰ কাপুৰে!’ ইয়াৰ পূৰ্বেও বলীউড তাৰকা প্ৰিয়ংকা চোপ্ৰা আৰু হলীউড তাৰকা নিক জোনাছৰ বিবাহ বিচ্ছেদ প্ৰসংগত ভৱিষ্যদ্বাণী কৰিছিল কামাল আৰ খানে। আমিৰ খান আৰু কিৰণ ৰাও সম্পৰ্কতো মুখ খুলিছিল বিতৰ্কিত প্ৰযোজকগৰাকীয়ে।


উল্লেখ্য যে, দীপিকা পাডুকনৰ সৈতে প্ৰেম বিচ্ছেদৰ পাছত কেটৰিনা কাইফৰ সৈতে প্ৰেমৰ বান্ধোনত বান্ধ খাই পৰিছিল ৰনবীৰ কাপুৰ। কিন্তু এই প্ৰেম পৰিণয় সুখময় নহ’ল। পৰৱৰ্তী সময়ত কেটৰিনাৰ ঘনিষ্ঠ বান্ধৱী আলিয়াৰ প্ৰেমাস্পদ লাভ কৰে ৰনবীৰে। কৰ’না মহামাৰীৰ দৰে মাৰণ ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি নকৰাহেতেঁন আৰু কাপুৰ পৰিয়ালৰ এজনৰ পাছত এজন ব্যক্তিৰ মৃত্যু নোহোৱাহেতেঁন ইমানদিনে আলিয়া আৰু ৰনবীৰ দুয়োকে ডৰা-কইনাৰ সাজত দেখা পোৱা গ’লহেঁতেন বুলি মন্তব্য কৰে ৰনবীৰ কাপুৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ