--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ৷ পৰ্ণ ফিল্ম নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ হয় কুন্দ্ৰাক৷ মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজ কুন্দ্ৰাক৷ ফেব্ৰুৱাৰী মাহত কুন্দ্ৰাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ৷ কুন্দ্ৰাৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ থকা বুলি আৰক্ষীৰ দাবী৷ নিশা কেইবাঘণ্টা জেৰাৰ পাছত গ্ৰেপ্তাৰ কুন্দ্ৰাক৷ এপৰ যোগেদি পৰ্ণ ফিল্ম প্ৰচাৰৰ অভিযোগ৷ পৰ্ণ ফিল্ম কাণ্ডৰ মূল অভিযুক্তৰূপে চিহ্নিত কুন্দ্ৰাক৷ এই গোচৰত বৰ্তমানলৈ গ্ৰেপ্তাৰ ১০ জন লোকক৷

তেওঁৰ বিৰুদ্ধে গোচৰটো এই বছৰৰ ফেব্ৰুৱাৰীত পঞ্জীয়ন কৰা হৈছিল, আৰু তেওঁক "মুখ্য ষড়যন্ত্ৰকাৰী" হিচাপে হাজিৰ হোৱাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছে, আৰক্ষীয়ে লগতে কয়। '২০২১ চনৰ ফেব্ৰুৱাৰী মাহত অপৰাধ শাখা মুম্বাইত পৰ্ণোগ্ৰাফিক চলচ্চিত্ৰ নিৰ্মাণ আৰু কিছুমান এপৰ জৰিয়তে প্ৰকাশ কৰাৰ বিষয়ে এটা গোচৰ ৰুজু কৰা হৈছিল। আমি ৰাজ কুন্দ্ৰাক এই গোচৰটোত ১৯/৭/২১ তাৰিখে গ্ৰেপ্তাৰ কৰিছো৷ কিয়নো তেওঁ ইয়াৰ মূল ষড়যন্ত্ৰকাৰী যেন লাগিছে। এই সন্দৰ্ভত আমাৰ ওচৰত পৰ্যাপ্ত প্ৰমাণ আছে। এই বিষয়ত ইতিমধ্যে তদন্ত চলি আছে,' মুম্বাই আৰক্ষী আয়ুক্তৰ দ্বাৰা জাৰি কৰা বিবৃতিত কোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ