--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি মাঘৰ দোমাহী৷ চলি আছে ভোগালী বিহু৷ পিছে কেনেদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো? জানি লওক দিনটোৰ ৰাশিফল...


১. মেষ ৰাশি (অ,ল) : -  মেষ ৰাশিৰ জাতক -জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হ’ব৷ আমোদ-প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব৷ লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতিক-জাতিকাই আজিৰ দিনটোত কৌশলেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি (ক,ছ):-  মিথুন ৰাশিৰ জাতিক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি (ড,হ) : - কৰ্কট ৰাশিৰ  জাতক-জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব যদিও আজি আপোনাৰ মনত খং আৰু অভিমান ভাব সৃষ্টি হ'ব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। 

৫. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত নতুন নতুন আশা সঞ্চাৰ হ'ব, ভ্ৰমণৰ সুযোগ সুবিধা লাভ কৰিব যদিও আজি আপোনাৰ মনৰ পৰা অভিমান ভাব পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব নহ'লে অপমানিত হ'ব পাৰে।

৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ  আজিৰ দিনটোত যিসকল সমাজ কৰ্মী আছে তেওঁলোকে ৰাজহুৱা কৰ্মত ব্যস্ত থাকিব পাৰিব, যদিও আজি আপুনি হীনমান্যতাত ভুগিব লগা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপুনি সজাগ নহ'লে আপোনাৰ মনত সামান্য ভয়ভাব সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন-সন্মান বাঢ়িব, ক'ৰবাত পাবলগীয়া ধন ঘূৰাই পাব পাৰে, শিল্পীসকলৰ শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, কৰ্মত জয় লাভ কৰিব, লগতে আজি আপোনাৰ শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সৌভাগ্যৰ উদয় হ'ব, আনক সহায়-সহযোগিতা কৰিবলৈ মনটো আগ্ৰহী হ'ব, লগতে আজি ছাত্ৰ-ছাত্ৰীসকলৰ লিখা-পঢ়াত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধুৰ দ্বাৰা সহায় সহযোগিতা লাভ কৰিব, উপাৰ্জন বাঢ়িব, লগতে আজি আপোনাৰ ভাল কাপোৰ লাভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি (গ,শ,স): - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব, ব্যৱসায় বানিজ্যত লাভাম্বিত হ'ব, লগতে আজি আপোনাৰ বিবাহিত ব্যক্তিসকলে সন্তানৰ সুখ লাভ কৰাৰ যোগ দেখা যায়।

১২.মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে উন্নতি সাধন হ'ব, লগতে আজি আপোনাৰ সঞ্চয় মনোভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ