--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা মাহ বাকী। বিহু মঞ্চ কঁপাবলৈ সাজু ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পীসকল। সাজু জুবিন গাৰ্গৰ পৰা মৰ্মিতা মিত্ৰলৈকে। 

কিন্তু বিহু মঞ্চত কোন শিল্পীৰ কিমান মাননি? সবিশেষ জানিবৰ বাবে চাওক আমাৰ প্ৰতিবেদন।

দামী কণ্ঠশিল্পীৰ প্ৰথম স্থানত আছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গৰ মাননি এইবাৰ বিহু মঞ্চত ৭ৰ পৰা ১৫ লাখ টকা। 

আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হʼল পাপন। এইবাৰ বিহু মঞ্চৰ বাবে পাপনক লাগিব ১০ৰ পৰা ১৫ লাখ টকা।

আচুৰ্য বৰপাত্ৰক আপোনাৰ কাষৰ বিহু মঞ্চত পাবৰ কাৰণে মাননি দিব লাগিব ২.৫ ৰ পৰা ৫ লাখ টকা।

নীল আকাশক দিব লাগিব ৩ৰ পৰা ৫ লাখ টকা।
দীক্ষুক দিব লাগিব ২ৰ পৰা ৩ লাখ টকা।
ভৃগু কাশ্যপৰ মাননি হৈছে ১.৫ৰ পৰা ৩ লাখ টকা।
কুসুম কৈলাসৰ বিহু মঞ্চৰ বাবে মাননি হʼব ১.৫ৰ পৰা ২.৫ লাখ টকা  ।

পুৰুষ কণ্ঠশিল্পীসকলৰ সমানে বিহু মঞ্চৰ বাবে সাজু মহিলা কণ্ঠশিল্পীসকলো। 

প্ৰিয়ংকা ভৰালীৰ মাননি হৈছে ১.৫ৰ পৰা ৩ লাখ টকা।
দীপলীনা ডেকাক দিব লাগিব ২ৰ পৰা ৩ লাখ টকা।
জুবলী বৰুৱাৰ মাননি হৈছে ২ৰ পৰা ৩ লাখ টকা।
নীলাক্ষি নেওগক দিব লাগিব ১ৰ পৰা ২ লাখ টকা।
মৰ্মিতা মিত্ৰৰ মাননি ১ৰ পৰা ২ লাখ টকা।
অভিশ্ৰুতি বেজবৰুৱাৰ মাননি হৈছে ১ৰ পৰা ১.৫ লাখ টকা পৰ্যন্ত।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ