--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছ নেত্ৰী তথা ৱায়নাদৰ সাংসদ প্ৰিয়ংকা গান্ধী আৰু বিজেপিৰ মাজত এক নতুন বিতৰ্কৰ সূচনা হৈছে। প্ৰিয়ংকা গান্ধীয়ে সংসদ ভৱনলৈ আহোতে পেলেষ্টাইনৰ প্ৰতিক খুদিত এটা বেগ লৈ আহিছিল৷ পেলেষ্টাইনীসকলৰ মাজত প্ৰতিবাদ আৰু সংহতিৰ প্ৰতীক খুদিত বেগ লৈ অহা এই কাৰ্যক বিজেপিয়ে সমালোচনা কৰি তেওঁৰ তুষ্টিকৰণ নীতি অৱলম্বন কৰা বুলি অভিহিত কৰে।

বিজেপিৰ সাংসদ সম্বিত পাত্ৰই প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি কয় যে গান্ধী পৰিয়ালে তুষ্টিকৰণৰ মোনা কঢ়িয়াই লৈ ফুৰিছে।আৰু এই তুষ্টিকৰণৰ বাবেই কংগ্ৰেছে নিৰ্বাচনত পৰাস্ত হৈছে। 

প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি বিজেপিয়ে প্ৰশ্ন উত্থাপন কৰে যে কংগ্ৰেছৰ সাংসদগৰাকীয়ে কি বাৰ্তা দিব বিচাৰে। সাংসদ গৰাকীয়ে পেলেষ্টাইনৰ সৈতে সংহতি প্ৰদৰ্শন কৰিছে কিন্তু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ বিষয়ে তেওঁ একো মাত দিয়া নাছিল। তেওঁৰ মুছলমান তুষ্টিকৰণ নীতিয়ে কংগ্ৰেছক নতুন মুছলিম লীগলৈ পৰিণত কৰিছে বুলি সমালোচনাত মুখৰ হৈ পৰিছে বিজেপি।

সংসদত কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ সমৰ্থন-পেলেষ্টাইন বেগক লৈ আক্ৰমণৰ সন্মুখীন হৈছে বিজেপি। প্ৰিয়ংকাৰ এই কাৰ্যক বিজেপিয়ে মুছলমান তুষ্টিকৰণৰ ৰাজনীতি বুলি অভিহিত কৰে। প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি বিজেপিয়ে প্ৰশ্ন উত্থাপন কৰে যে কংগ্ৰেছৰ সাংসদগৰাকীয়ে কি বাৰ্তা দিব বিচাৰে। আজি তাই পেলেষ্টাইনৰ সৈতে সংহতি দেখুৱাইছে যদিও চুবুৰীয়া বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ বিষয়ে তাই একো কোৱা নাছিল। তেওঁৰ মুছলমান তুষ্টিকৰণ নীতিৰ বাবে কংগ্ৰেছ নতুন মুছলিম লীগলৈ পৰিণত হৈছে।

বিজেপিৰ সমালোচনা প্ৰত্যুত্তৰ দি প্ৰিয়ংকা গান্ধীয়ে কয় যে এই সমালোচনা হৈছে পিতৃতন্ত্ৰৰ ধ্বজাবাহক য’ত তেওঁক কি পিন্ধিব আৰু কি পিন্ধিব নালাগে কোৱা হৈছে। তেওঁ কয় যে ‘মই পিতৃতন্ত্ৰক সমৰ্থন নকৰে। মই যি বিচাৰো পিন্ধিম।’

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালৱিয়াই প্ৰিয়ংকাক গান্ধীক ৰাহুল গান্ধীতকৈও ডাঙৰ দুৰ্যোগ বুলি অভিহিত কৰাৰ লগতে কংগ্ৰেছক নতুন মুছলিম লীগ আখ্যা দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ