--°C
Loading...
Listen to Article
2 min read
80%

আৰ্জেণ্টিনাঃ ২০২১ৰ কোপা আমেৰিকাৰ সফল অভিযান সামৰি ঘৰমুৱা হৈছে আৰ্জেণ্টিনাৰ খেলুৱৈসকল। সুদীৰ্ঘ সময়ৰ ব্যস্ততাৰ পাছত স্পেইন নিবাসী পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ পৰিকল্পনা আছিল মেছীৰ। কিন্তু ভবামতে নহ’ল। বিমান অৱতৰণৰ কেইঘণ্টামানৰ পূৰ্বে আৰ্জেণ্টিনাৰ ৰেজাৰিঅ’ বিমান বন্দৰত বোমাতংকৰ পৰিৱেশে দেখা দিয়ে। এই অনাহূত পৰিস্থিতিৰ বাবে পৰৱৰ্তী সময়ত মেছীয়ে ছুটীৰ পৰিকল্পনা বাতিল কৰে। অৱশ্যে বোমাতংকৰ এই ঘটনা ভুৱা বুলি পৰৱৰ্তী সময়ত নিশ্চিত কৰে বিমান বন্দৰ কৰ্তৃপক্ষই।


ইফালে কেইদিনমান পূৰ্বে বাৰ্চিলোনাৰ সৈতে লিঅ’নেল মেছীৰ চুক্তিৰ ম্যাদ উকলিছে। তিক্ত বাত-বিতণ্ডাই দেখা দিছিল দলীয় সতীৰ্থৰ মাজত। কোপা আমেৰিকা খিতাপ জয়ৰ পাছত মেছীয়ে বাৰ্চিলোনা ক্লাবৰ পৰা খেলাৰ আশা ক্ৰীড়া অনুৰাগীৰ। অৱশ্যে মেছীৰ প্ৰত্যাৱৰ্তনক লৈ আশাবাদী বাৰ্চিলোনা ক্লাবৰ সভাপতি জ’য়ান লাপোৰ্তা। ইতিমধ্যে পেৰিছ ছেণ্ট জাৰ্মেইন আৰু মানচেষ্টাৰ চিটীকে আদি কৰি একাংশ নামী ফুটবল ক্লাবে মেছীৰ অনুমোদন বিচাৰি চুক্তিপত্ৰ প্ৰেৰণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ