--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ কৃষিভিত্তিক সমাজ ব্যৱস্থাত গৰু এক অবিচ্ছেদ্য অংশ । বৰ্তমান উন্নয়নৰ ফলত যিহেতু বিভিন্ন যন্ত্ৰ বা সা-সঁজুলিৰে কৃষি কাৰ্য সম্পন্ন হয় তথাপিও গৰুৰ গুৰুত্ব নোহোৱা হোৱা নাই । ৰাজ্যৰ পশু পালকসকলে গৰুৰ গাখীৰ উৎপাদনৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ বাছি লৈছে ।

আপুনি কল্পনা কৰক বিশ্বৰ আটাইতকৈ দামী গৰুটোৰ মূল্য বাৰু কিমান হ’ব পাৰে ? এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ ব্ৰাজিলৰ ভিয়াটিনা-১৯ নামৰ এটা নেল্লোৰ প্ৰজাতিৰ গৰুৱে আচৰিত ধৰণৰ মূল্য লাভ কৰিছে । ইতিমধ্যে এই বিশেষ জাতৰ গৰুটো বিশ্ব সৰ্বাধিক মূল্যৰ গৰু হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছে । এই গৰুটো বিক্ৰী কৰা হৈছে প্ৰায় ৪০  কোটি টকাত ।

ব্ৰাজিলৰ মিনাছ গেৰাইছত বিশ্বৰ আটাইতকৈ দামী নেল্লোৰ গৰু হিচাপে ভিয়াটিনা-১৯য়ে ইতিহাস ৰচনা কৰিছে। ১,১০১ কিলোগ্ৰাম ওজনৰ ভিয়াটিনা-১৯ ব্যতিক্ৰমী জেনেটিক্স, পেশীৰ গঠন আৰু তাপ সহনশীলতাৰ বাবে বিখ্যাত  ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ