--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স সঁচাকৈয়ে তেওঁলোকৰ বাবে এটা সংখ্যা। বয়সক গুৰুত্ব নিদি জীয়াই থকাৰ সাধনাই তেওঁলোকক উজ্জীৱিত কৰি ৰাখে প্ৰতিপল। তেওঁলোকৰ জীৱন যাত্ৰাৰ যেন আৰম্ভণিহে আছে, শেষ নাই। জাৰ্মানীৰ এগৰাকী বৃদ্ধাই এতিয়া হতবাক কৰি তুলিছে সকলোকে। 

বৃদ্ধাগৰাকীৰ নাম জোহান্না কুয়াছ (Johanna Quaas)। এতিয়াও এগৰাকী দুৰন্ত তৰুণী তেওঁ। বিশ্বৰ আটাইতকৈ বয়োজ্যেষ্ঠ খেলুৱৈ তেওঁ। ৱৰ্ল্ড অ’ল্ডেষ্ট জিমনাষ্ট (world's oldest gymnast)। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডতো সন্নিৱিষ্ট হৈছে তেওঁৰ নাম। চন ২০১২। তেতিয়া তেওঁৰ বয়স আছিল ৮৬ বছৰ।

কিন্তু সেই স্বীকৃতিয়ে তেওঁক ৰুধিব পৰা নাই। বৰঞ্চ দিছে  নতুনৰ শান। বয়সক অজুহাত দিচাপে নলৈ প্ৰতিদিনে জী উঠিছে তেওঁ। সময়ে সময়ে তেওঁ কৰি গৈছে ভালপোৱা কামবোৰ। এতিয়াও অপেছাদাৰী প্ৰতিযোগিতাত নৱ প্ৰজন্মৰ প্ৰতি নতুন প্ৰত্যাহ্বান হৈ থিয় দিছে তেওঁ। বিগত কিছুঘণ্টা পূৰ্বে তেওঁৰ জিমনাষ্টৰ এটা পোষ্ট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছিল। বৃদ্ধাগৰাকীৰ ফিটনেছ দেখি স্বাভাৱিকতে আপ্লুত হৈ পৰিছে সকলোৱে। কনিষ্ঠ বহু খেলুৱৈক আজিও প্ৰত্যাহ্বান জনাব পাৰে তেওঁ। স্বাভাৱিকতে, দেশৰ নৱাগত বহু খেলুৱৈৰ বাবে প্ৰেৰণাৰ অমল উত্‍স তেওঁ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ