--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বাৰ্মিংহামত ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ। ব্ৰিটিছভূমিত মহাযুদ্ধৰ আৰম্ভণিৰ পূৰ্বে ভাৰতীয় খেলুৱৈ সকলক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে মন্ত্ৰণা। বাৰ্মিংহামলৈ ৰাওনা হোৱাৰ পূৰ্বে বুধবাৰে মোদীয়ে ভাৰতীয় এথলীট সকলৰ সৈতে এক ভাৰ্চুৱেল সভা অনুষ্ঠিত কৰে। তেওঁ ভাৰতৰ কমনৱেলথ স্কোয়াডক কয়, ‘পূৰ্ণ শক্তিৰে খেলা। তোমালোকে নিশ্চয় এটা কথা শুনিছা, কই নেহি হ্যঁ টক্কৰ মে, কিউ পড়ে হো চক্কৰ মে।’ 

অৰ্থাত্‍, মোদীৰ ভাষাত ভাৰতক প্ৰত্যাহ্বান জনাব পৰা কোনো নাই কমনৱেলথ গেমছত। স্বাভাৱিকতে, এনেদৰেই ভাৰতীয় এথলীট সকলত অনুপ্ৰাণিত কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

মন কৰিবলগীয়া যে, ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনে চলিত বৰ্ষত ৩২২ জন লোকক কমনৱেলথলৈ প্ৰেৰণ কৰিছে। দলটোত ২১৫ গৰাকী খেলুৱৈ আছে। বাকী ১০৭ জন বিষয়া আৰু সহায়ক কৰ্মচাৰী। টকিঅ’ অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে অভূতপূৰ্ব সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছত ভাৰতীয় খেলুৱৈ সকলৰ পৰা স্বাভাৱিকতে প্ৰত্যাশিত প্ৰদৰ্শনৰ পোষকতা কৰিছে দেশৰ নাগৰিকে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ