--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহিন আফ্ৰিদীক অনেকে ৱাছিম ​​আক্ৰমৰ সৈতে তুলনা কৰে। কিন্তু বিশ্বকাপত শ্বাহীন ফৰ্মত একেবাৰেই নাই। ভাৰতৰ দৰে গুৰুত্বপূৰ্ণ মেচ এখনত তেওঁৰ দূৰ্দান্ত ফৰ্ম দেখা পোৱা নগ’ল। তাৰপাছতে এইবাৰ ৰবি শাস্ত্ৰীয়ে শ্বাহীনক  আক্ৰামৰ লগত তুলনাক প্ৰত্যাখ্যান কৰে।

শ্বহীনে ৬ অভাৰত ৩৬ ৰান সংগ্ৰহ কৰি শুবমান গিল আৰু ৰোহিতৰ উইকেট দখল কৰে। কিন্তু ভাৰতীয় বেটছমেনসকলে ভুল শ্বট খেলিহে আউট হৈছিল। এই সকলোবোৰ দেখি শাস্ত্ৰীয়ে কয়- ''মই শ্বাহিনক এজন ভাল বলাৰ হিচাপে সন্মান কৰো। নতুন বলটোৰে উইকেট ল’ব পাৰে। কিন্তু নাছিম শ্বাহ আৰু স্পিন বলাৰসকলে সহায় নকৰাকৈ শ্বাহীনে একো কৰিব নোৱাৰে। তেওঁ এতিয়া ৱাছিম ​​আক্ৰাম নহয়। ভাল বলাৰক মই সন্মান কৰো। কিন্তু তেওঁক অতিৰঞ্জিত কৰাৰ প্ৰয়োজন নাই।"

ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষকগৰাকীয়ে লগতে কয়, ‘যদি তেওঁ সঠিক বলিং কৰে, তেন্তে ইয়াক সঠিক বুলি ক’ব লাগিব। তেওঁক ওপৰলৈ তুলি ধৰি নাচিব নালাগে। সকলোৱে মানি ল’ব লাগিব যে শ্বাহীন কোনো ডাঙৰ বলাৰ নহয়।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ