--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহমেদাবাদ তেওঁৰ জন্মস্থান। সৰুৰে পৰা এই খেলপথাৰত খেলি ডাঙৰ হৈছিল। পথাৰৰ প্ৰতিটো ঘাঁহ তেওঁ হাতৰ তলুৱাৰ দৰে চিনি পায়। যশপ্ৰীত বুমৰাহে অনুভৱ কৰিছে যে পাকিস্তানৰ বিৰুদ্ধে তেওঁৰ উজ্জ্বল বলিঙৰ আঁৰত তেওঁৰ পূৰ্বৰ অভিজ্ঞতা কামত আহিছিল। শনিবাৰৰ খেলখনত ১৯ ৰানত ২ উইকেট দখল কৰে। 

তেওঁ মেন অফ দ্য মেচ হিচাপে পৰিগণিত হয়। পিছত বুমৰাহে হাৰ্দিক পাণ্ডিয়াক ভিডিঅ’যোগে কয়, ‘জুনিয়ৰ পৰ্যায়ৰ পৰাই এই খেলপথাৰত খেলি আছো। গতিকে নিজৰ অভিজ্ঞতা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিলোঁ।’’

মহম্মদ চিৰাজো ভিডিঅ’টোত বুমৰাহ-হৰ্দিকৰ সৈতে আছিল। আফগানিস্তানৰ বিৰুদ্ধে দিল্লীৰ খেলখনত বুমৰাহক বলিঙৰ কথা সোঁৱৰাই দিয়ে। তাৰ পাছত বুমৰাহে ক’লে, তেওঁ দিল্লীত আই পি এলৰ অভিজ্ঞতা ব্যৱহাৰ কৰিছিল।

বুমৰাহে কয়, ‘মই দিল্লীত আই পি এল খেলাৰ অভিজ্ঞতা ব্যৱহাৰ কৰিছিলোঁ। টাইট উইকেটত বলিং কৰিব জানিছিলোঁ। যোৱা ১১ বছৰ ধৰি মই তাত আই পি এল মেচ খেলিছো। গতিকে পিচৰ আচৰণৰ বুজাবুজি আছে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ