--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীৰ ঘৰুৱা খেলপথাৰত ৰোহিত শৰ্মাই বিশ্ব অভিলেখ ভংগ কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো ফৰ্মেটতে সৰ্বাধিক ছয় ৰান সংগ্ৰহ কৰে ভাৰতীয় অধিনায়কগৰাকীয়ে। আফগানিস্তানৰ বিৰুদ্ধে অষ্টম অভাৰত তেওঁ এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই প্ৰতিবেদন লিখাৰ সময়লৈকে তিনিটা ফৰ্মেটত ৰোহিতৰ ছয়ৰ সংখ্যা ৫৫৫। ক্ৰীছ গেইলৰ ছয়ৰ সংখ্যা হৈছে ৫৫৩টা।

আফগানিস্তানৰ বিৰুদ্ধে নমাৰ পূৰ্বে ৰোহিতে ৫৫১টা ছয় কৰিছিল। অৰ্থাৎ গেইলক উফৰাই পেলাবলৈ তেওঁ তিনিটা ছয় মাৰিবলগীয়া হৈছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো ফৰ্মেটতে ৪৭৩ ইনিংছত ৫৫৫টা ছয় অৰ্জন কৰিছে ৰোহিতে। ৫৫১ ইনিংছত ৫৫৩টা ছয় কৰে।

এই তালিকাত তৃতীয় স্থানত আছে পাকিস্তানৰ শ্বাহিদ আফ্ৰিদি। তেওঁ ৫০৮ ইনিংছত ৪৭৬ টা ছয় মাৰে। নিউজিলেণ্ডৰ ব্ৰেণ্ডন মেককালাম ৪৭৪ ইনিংছত ৩৯৮ টা ছয় মাৰি সংগ্ৰহ কৰি চতুৰ্থ স্থানত আছে।

পাঁচ নম্বৰ স্থানত আছে নিউজিলেণ্ডৰ মাৰ্টিন গুপটিল। তেওঁ ৪০২ ইনিংছত ৩৮৩টা ছয় কৰে। শীৰ্ষ পাঁচজন বেটছমেনৰ ভিতৰত এতিয়া খেলি থকা একমাত্ৰ বেটছমেন ৰোহিত। অৰ্থাৎ ছয়ৰ ক্ষেত্ৰত সকলোতকৈ আগুৱাই যোৱাৰ সুযোগ তেওঁৰ আছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ