--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ বিশ্বকাপত সৰ্বাধিক ৰানৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে মহম্মদ ৰিজৱান। নিউজিলেণ্ডৰ ডেভন কনৱেক অতিক্ৰমে তেওঁ। বলাৰৰ তালিকাত শীৰ্ষ স্থানত আছে যশপ্ৰীত বুমৰাহ।

এই পৰ্যন্ত বিশ্বকাপত তিনিখন মেচ খেলিছে ৰিজৱানে। তেওঁ ২৪৮ ৰান সংগ্ৰহ কৰে। দ্বিতীয় স্থানত থকা কনৱেই ২২৯ ৰান সংগ্ৰহ কৰে। শনিবাৰে ৰিজৱানে তেওঁৰ শীৰ্ষস্থান দখল কৰে। তৃতীয় স্থানত আছে ৰোহিত শৰ্মা। ভাৰতীয় অধিনায়কগৰাকীয়ে এই পৰ্যন্ত ২১৭ ৰান সংগ্ৰহ কৰিছে। দক্ষিণ আফ্ৰিকাৰ কুইণ্টন ডি ককে একেৰাহে দুখন মেচত শতক অৰ্জন কৰে। তেওঁ চতুৰ্থ স্থানত আছে। ২ খন মেচত ২১৯ ৰান সংগ্ৰহ কৰে। শ্ৰীলংকাৰ কুশল মেণ্ডিছে ২খন খেলত ১৯৮ ৰান সংগ্ৰহ কৰে। তেওঁ পঞ্চম স্থানত আছে।

উইকেট দখলকাৰীৰ তালিকাত শীৰ্ষ স্থানত আছে বুমৰাহ। ভাৰতীয় পেচাৰগৰাকীয়ে ৩খন মেচত ৮টা উইকেট দখল কৰিছে। নিউজিলেণ্ডৰ মিচেল ছাণ্টনাৰেও ৩খন খেলত ৮টা উইকেট দখল কৰে। বুমৰাহৰ ইকনমি ৰেট ভাল গতিকে তেওঁ শীৰ্ষত আছে। মেট হেনৰীয়েও ৩খন মেচত ৮টা উইকেট দখল কৰে। পাকিস্তানৰ হাছান আলীয়ে ৩খন খেলত ৭টা উইকেট দখল কৰে। কাগিছ’ ৰাবাদাই ৫টা উইকেট দখল কৰে। এই দক্ষিণ আফ্ৰিকান পেচাৰে ২ খন মেচ খেলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ