--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলিব। বিশ্বকাপৰ ৰাউণ্ড ৰবিন লীগৰ সৰ্ববৃহৎ মেচ। এই পৰ্যন্ত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপৰ সাতখন খেলৰ ভিতৰত ৭খন খেলতে জয়লাভ কৰিছে।

এই বিশ্বকাপত বাবৰ আজমৰ পাকিস্তানেও ভাল ফৰ্মত আছে। প্ৰথম দুখন মেচত জয়লাভ কৰি দুয়োটা দলে এই এনকাউণ্টাৰলৈ আহিছে। এই মেচত ভাৰতৰ শক্তি ক'ত?

আটাইতকৈ ডাঙৰ শক্তি হৈছে ৰোহিতৰ ফৰ্ম আৰু অভিজ্ঞতা। ২০১৯ চনত মানচেষ্টাৰত অনুষ্ঠিত বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল ৰোহিতে। এইবাৰো মেচখনৰ পূৰ্বে আফগানিস্তানৰ বিৰুদ্ধে পাকিস্তানে ৬৩ বলত শতক অৰ্জন কৰে, যিটো বিশ্বকাপত এজন ভাৰতীয়ৰ সৰ্বাধিক দ্ৰুত। ৰোহিতে যদি এই ৰূপত পাকিস্তানৰ বিৰুদ্ধে খেলে তেন্তে পাকিস্তান বিপদত পৰিব।

ঈশান কিষানে পাকিস্তানৰ বিৰুদ্ধে মাত্ৰ এবাৰহে বেটিং কৰিছে। এছিয়া কাপৰ গ্ৰুপ পৰ্যায়ত। সেই মেচত যেতিয়া ভাৰতৰ টপ অৰ্ডাৰ বিফল হৈছিল, তেতিয়া ঈশানে মিডল অৰ্ডাৰত ৮২ ৰানৰ ইনিংছ খেলিছিল। আহমেদাবাদত ৰোহিতৰ সৈতে তেওঁ মুকলি কৰিব। ঈশানে শক্তিশালী বলিঙৰ বিৰুদ্ধে খেলি ভাল পায়। গতিকে তেওঁ আৰম্ভণিৰে পৰাই ৰোহিতৰ সৈতে আগ্ৰাসীভাৱে বেটিংও কৰিব পাৰে।

বিৰাট কোহলী আৰু লোকেশ ৰাহুলে ভাৰতৰ মিডল অৰ্ডাৰক আস্থা প্ৰদান কৰিছে। দুয়ো ফৰ্মত আছে। বিৰাট আৰু ৰাহুলৰ বেটত ভাৰতে ডাঙৰ ৰান কৰিব পাৰে।

ভাৰতীয় তিনিওজন স্পিনাৰ ফৰ্মত আছে। কুলদীপ যাদৱ, ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাই মাজৰ অভাৰত পাকিস্তানৰ বেটছমেনক অশান্তি দিব পাৰে। বাবৰ আজম, মহম্মদ ৰিজৱানে এই তিনিজন স্পিনাৰৰ বিৰুদ্ধে সহজে ৰান পাবলৈ অসুবিধা পাব পাৰে।

যশপ্ৰীত বুমৰাহে ভাল বলিং কৰি আছে। তেওঁ উইকেটৰ মাজত আছে। তদুপৰি হাৰ্দিক পাণ্ডিয়াইও নতুন-পুৰণি বলত ভাল ফলাফল দেখুৱাইছে। তাৰ গতিও আগৰ তুলনাত বাঢ়ি গ’ল। পাকিস্তানৰ বিৰুদ্ধে ভাল বলিং কৰাৰ ইতিহাস আছে হাৰ্দিকৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ