--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অসম ভ্ৰমণৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীক দেখা গ'ল অন্য ৰূপত৷ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে চাহ বাগিচাৰ শ্ৰমিকসকলৰ সৈতে চাহ পাত ছিঙি বাৰ্তালাপ কৰে শ্ৰমিকসকলৰ সৈতে৷ বিশ্বনাথৰ ‘সাধুৰু চাহ বাগিচা’ত আজি এনেদৰে দেখা গ'ল।

আৰু পঢ়িব পাৰিব : ভেৰগাঁৱত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱঃ ৭ পৰিয়ালৰ ক্ষতিসাধন

আজি প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন৷ আজি বিশ্বনাথ আৰু তেজপুৰত প্ৰিয়ংকাৰ কাৰ্যসূচী৷ বিশ্বনাথত বাগিচাৰ শ্ৰমিকৰ সৈতে প্ৰিয়ংকাই বাৰ্তালাপ কৰে৷ বিশ্বনাথৰ পৰা তেজপুৰলৈ যায় কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকী৷

আৰু পঢ়িব পাৰিব : ‘সোণৰ অসম’ৰ চালকে মহটিয়ালে কণ্ডাক্টৰক

তেজপুৰৰ বিশাল সমাৱেশত অংশ লয় তেওঁ৷ ‘মহাভৈৰৱ মন্দিৰ’তো আশিস লয় প্ৰিয়ংকা গান্ধীয়ে৷ হজৰা ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ জনসভা৷ বিশ্বনাথৰ পাৱাৰ গ্ৰীডৰ অতিথিশালাত নিশা কটায় তেওঁ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ