--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ‘প্ৰিয়ংকাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম বাংলাদেশত হ’ব'- এই মন্তব্য অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণক লৈ কটাক্ষ অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ৷ তেওঁ কয়, ‘চাৰ্টাৰ্ড ফ্লাইটত অহা নেত্ৰীয়ে কি চলাব চাইকেল? সাহস আছে যদি ২৫ কিমি. চাইকেল চলাই দেখুওৱাক৷'

আৰু পঢ়িব পাৰিব : সুখবৰ : দেশত অতিশীঘ্ৰেই পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস হ’ব

আজি অসমৰ কৃষিমন্ত্ৰী অতুল বৰাৰ ঘৰত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী বৈঠকত উপস্থিত হৈ হিমন্তই এনেদৰে সমালোচনা কৰে প্ৰিয়ংকা গান্ধীক৷ আনহাতে অজাপৰ সভাপ্ৰতি লুৰিণজ্যোতি গগৈক আক্ৰমণৰ ঘটনাক লৈয়ো প্ৰতিক্ৰিয়া আগবঢ়ায় তেওঁ৷

আৰু পঢ়িব পাৰিব : বিশ্বনাথৰ চাহ বাগিচাত চাহপাত ছিঙি শ্ৰমিকৰে সৈতে বাৰ্তালাপ প্ৰিয়ংকাৰ

‘ৰাজনৈতিক আক্ৰমণৰ ঘটনা সংঘটিত হ’ব নালাগে৷ আমাক দুটা ঘোচা মাৰিলেও ক্ষমা খুজিম’-বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷ বিপিএফৰ প্ৰধান হাগ্ৰামা সন্দৰ্ভতো আক্ৰমণাত্মাক হিমন্ত বিশ্ব৷ অৱসৰী শিক্ষকক বিদায় দিয়াৰ দৰে স-সন্মানে হাগ্ৰামাকো বিদায় দিছে বিজেপিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ