--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ আঠ বছৰীয়া বিনীতা চেত্ৰীয়ে ব্ৰিটেইন’ছ গট টেলেণ্টত নিজৰ অসাধাৰণ নৃত্য দক্ষতাৰে দৰ্শক আৰু বিচাৰকৰ হৃদয় আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।


ব্ৰিটেইনৰ গট টেলেণ্টত জিলিকিছে এগৰাকী অসম কন্যা। অসম কন্যা বিনিতা চেট্ৰিয়ে দেখুৱালে নিজৰ অনন্য পাৰদৰ্শিতা।বিনিতাৰ এক অসাধাৰণ নৃত্যত মন্ত্ৰমুগ্ধ হৈ পৰিল সকলো। কিয়নো আঠ বছৰীয়া বিনিতা চেট্ৰিয়ে ব্ৰিটেইনৰ গট টেলেণ্টত তেওঁৰ অসাধাৰণ নৃত্য দক্ষতাৰে দৰ্শক আৰু বিচাৰকসকলৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়।ব্ৰিটেইনৰ গট টেলেণ্টত অংশগ্ৰহণ কৰাৰ পাছতেই বিনিতাৰ বহুদিনীয়া সপোন বাস্তৱত পৰিণত হৈছিল।

বিনিতাই দৰ্শকসকলক কৈছিল যে বিনিতাৰ বাবে, ব্ৰিটেইনৰ গট টেলেণ্ট হৈছে তেওঁৰ "সপোনৰ মঞ্চ", য'ত  তেওঁ দৰ্শকৰ সন্মুখত থিয় হৈ তেওঁৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ এক সুবিধা পায়। আনহাতে বিনিতাই এই প্ৰতিযোগিতাখন জিকাৰ বাবে এটা গুলপীয়া ৰাজকুমাৰী ঘৰ কিনাৰ ইচ্ছাৰ কথা বিচাৰকসকলৰ আগত ব্যক্ত কৰিছিল।

সততাৰে, বিনিতাই নিখুঁত নৃত্য প্ৰদৰ্শন কৰি অসমৰ নাম উজলাই তুলিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে প্ৰতিযোগিতাখনত বিচাৰক হিচাপে আছিল চাইমন কোৱেল, আমাণ্ডা হোল্ডেন, ব্ৰুনো টনিওলি আৰু আলেছা ডিক্সন ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ