--°C
Loading...
Listen to Article
2 min read
80%
ডিজডিটেল ডেস্কঃ মৌমাখিৰ আক্ৰমণত মধ্যপ্ৰদেশত এখন বিয়া লণ্ডভণ্ড হয়। কেৱল সেয়াই নহয়, এই ঘটনাত ১২ জন লোক আহত হয়। আহত কেইবাজনো লোকৰ অৱস্থা সংকটজনক।

ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ মতে মধ্যপ্ৰদেশৰ গুনা জিলাৰ এখন হোটেলত বিবাহ অনুষ্ঠান চলি আছিল। হঠাৎ হোটেলৰ চাদত থকা মৌচাক এটাৰ পৰা মৌমাখি এটা উৰি যায়। বিয়ালৈ নিমন্ত্ৰিত কেইবাজনো লোকক আক্ৰমণ। দৌৰ আৰম্ভ হয়। কেৱল মৌমাখিৰ দংশনত নহয়, ষ্টেম্পেডৰ ফলতো দুই এজন লোক আহত হয়।

ঘটনাৰ বিষয়ে জানিব পাৰি চিকিৎসাৰ দল এটা হোটেললৈ যায়। আহতসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। একাংশ লোকৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁলোকক আই চি ইউত ৰখা হৈছে। হোটেল কৰ্তৃপক্ষই মৌমাখি প্ৰতিৰোধৰ বাবে কিবা পদক্ষেপ গ্ৰহণ কৰিছে নে নাই সেই বিষয়ে এতিয়া তদন্ত চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী