--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰৰ ওজন কমাবলৈ সকলোৱে বিচাৰে। বৰ্ধিত ওজনে মুখ আৰু শৰীৰৰ সৌন্দৰ্যও নাশ কৰে। এনে পৰিস্থিতিত, ওজন হ্ৰাস কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে। এইক্ষেত্ৰত আপুনি আপোনাৰ আহাৰ সলনি কৰি ওজন হ্ৰাস কৰিব পাৰে। যদি আপুনি এজন ব্লেক কফী পান কৰি ভাল পোৱা ব্যক্তি, তেন্তে আপোনাৰ বাবে এটা ৰেচিপি আছে, যি এমাহত আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰে।

সামগ্ৰীসমূহ

আধা কাপ পানী
১ চাহ চামুচ কফী 
১ চাহ চামুচ জায়ফল পাউডাৰ
১ চাহ চামুচ কোকো পাউডাৰ
১ চাহ চামুচ ডালচেনি পাউডাৰ
১ চাহ চামুচ নাৰিকল তেলৰ প্ৰয়োজন হ’ব।

কেনেদৰে তৈয়াৰ কৰিব?

প্ৰথমে পানীখিনি উতলাওক আৰু ইয়াত কফী যোগ দিয়ক। এতিয়া জায়ফল পাউডাৰ, কোকো পাউডাৰ আৰু ডালচেনি পাউডাৰ যোগ দিয়ক আৰু ভালদৰে মিহলি কৰক। তাৰ পিছত কফীত ১ চাহ চামুচ নাৰিকল তেল যোগ দিয়ক। যাদুকৰী কফী সাজু। ৰাতিপুৱা খোজ কঢ়া বা ব্যায়াম কৰাৰ আগতে ইয়াক পান কৰক।

কেনে উপকাৰ সাধে?

-কফীক পৃথিৱীৰ আটাইতকৈ উত্তম এণ্টিঅক্সিডেণ্ট বুলি গণ্য কৰা হয়। যদি আপুনি প্ৰতিদিনে আধা কাপ কফী খায়, ই আপোনাৰ ছাল সতেজ কৰি ৰাখিব।

-ইয়াত থকা জায়ফল হৈছে আঁহৰ এক অতি ভাল উৎস, যি দ্ৰুতগতিত ওজন হ্ৰাস কৰে। ই ভোক হ্ৰাস কৰে।

–ডালচেনিয়ে চৰ্বি হ্ৰাস কৰা হৰম’নৰ পৰিমাণ বৃদ্ধি কৰে আৰু বিপাকৰ হাৰো বৃদ্ধি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ