--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : পশ্চিমবংগত হোৱা নিৰ্বাচনোত্তৰ হিংসাৰ প্ৰসংগই এতিয়াও ৰাজ্যখনৰ পৰিস্থিতিক অস্থিৰ কৰি ৰাখিছে। অভিযোগ, প্ৰতি-অভিযোগেৰে উত্তাল হৈ পৰা এই হিংসাৰ প্ৰসংগই এতিয়া ন্যায়ালয়ৰ মজিয়া গচকিছে। এই সম্পৰ্কীয় এক বিষয়ৰ শুনানি গ্ৰহণ কৰি কলকাতা উচ্চ ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে।

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বিগত এপ্ৰিল-মে’ মাহত অনুষ্ঠিত নিৰ্বাচনৰ পৰৱৰ্তী সময়ত হোৱা হিংসাৰ ঘটনাৰ তদন্ত কৰিব বিশেষ তদন্তকাৰী গোটে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা অৰ্থাৎ চিবিআই-এ গঠন কৰিবলগীয়া এটা বিশেষ তদন্তকাৰী গোটে এই ঘটনাৰ তদন্ত কৰিব।

কলকাতা আৰক্ষী আয়ুক্ত সৌমেন মিত্ৰও এই তদন্তকাৰী গোটৰ সদস্য হ’ব। মুখ্য ন্যায়াধীষ ৰাজেশ বিন্দাল নেতৃত্বৰ এখন পাঁচজনীয়া বিচাৰপীঠে এই বিষয়টোৰ বিচাৰ কৰে আৰু এই ৰায় দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ