--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত ক’ভিড প্ৰতিষেধক অভিযান চলি আছে। ক’ভিড প্ৰতিষেধকৰ প্ৰভাৱশালীতাক লৈ বিভিন্ন অধ্যয়ন চলি আছে। তাৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক তথ্য। জানিব পৰা মতে, ক’ভিডৰ দুয়োপালি প্ৰতিষেধক লোৱাৰ পাছত দেশত এতিয়ালৈ ৮৭ হাজাৰ লোক ক’ভিড পজিটিভ চিনাক্ত হৈছে।

মন কৰিবলগীয়া যে, এই মুঠ পজিটিভ লোকৰ ভিতৰত মুঠ ৪৬শতাংশ পজিটিভ চিনাক্ত হৈছে কেৱল, কেৰালাৰ পৰা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে। কেৰালাত ক’ভিডৰ প্ৰথমপালি প্ৰতিষেধক গ্ৰহণৰ পাছত প্ৰায় ৮০ হাজাৰ লোক পজিটিভ চিনাক্ত হৈছে।

দুয়োপালি প্ৰতিষেধক লোৱাৰ পাছত ৪০হাজাৰ লোক চিনাক্ত হৈছে প্ৰতিষেধক। তদুপৰি ৰাজ্যখনৰ কেৰালাৰ ৱায়নাডত সম্পূৰ্ণৰূপে টিকাকৰণ কৰাৰ পাছতো বৃহৎসংখ্যক লোক পজিটিভ চিনাক্ত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ