--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আক্ৰমণত গুৰুতৰভাৱে আহত হয় মিচেল কেৰকেটা, হেমন্ত লোহাৰ আৰু বিতু লোহাৰ। আহত হয় ৰাধেশ্যাম তাঁতী, শংকৰ খৈৰা, অমিৰ তেলী, আৰু লবেণ্টোষ কেৰকেটা।

ডিজিটেল ডেস্ক: চৰাইদেউ জিলাৰ বৰহাট চাহ বাগিচাত পুৱাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শ শ শ্ৰমিকে উত্তাল কৰে বাগিচা চৌহদ। নিশা কেঁচা চাহপাত চোৰৰ এটি বৃহৎ দলে বাগিচাখনৰ দহ জনকৈ চকীদাৰক আক্ৰমণ কৰা ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।


বাগিচাখনৰ ১৬ নং এলেকাত এটা বৃহৎ চাহপাত চোৰৰ দলে চাহপাত চুৰি কৰাৰ খবৰ লাভ কৰাৰ বাগিচাৰ এটা দহ জনীয়া চকীদাৰৰ দলে চোৰৰ দলটোক বাধা প্ৰদান কৰিবলৈ যাওঁতেই আশী নব্বৈ জনীয়া এটা চোৰৰ বৃহৎ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।


আক্ৰমণত গুৰুতৰভাৱে আহত হয় মিচেল কেৰকেটা, হেমন্ত লোহাৰ আৰু বিতু লোহাৰ। আহত হয় ৰাধেশ্যাম তাঁতী, শংকৰ খৈৰা, অমিৰ তেলী, আৰু লবেণ্টোষ কেৰকেটা। 


গুৰুতৰভাৱে আহত হোৱা তিনিও জনকে চাবুৱা টাটা মেমৰিয়েল চিকিৎসালয়ত নিশাই উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ