--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাক চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

ডিজিটেল ডেস্ক: বৰপেটাৰোডত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা। ১২ চকীয়া ট্ৰাকৰ তলত পৰি থিতাতে মৃত্যু মহিলা চাফাই কৰ্মীৰ। 


নিহত মহিলাগৰাকীৰ নাম ছন্দা হৰিজন। বৰপেটাৰোডৰ সূৰ্য নগৰত ঘৰ মহিলাগৰাকীৰ। 


প্ৰায় ৬০ বছৰ বয়সীয়া ছন্দা হৰিজন বৰপেটাৰোড পৌৰ সভাৰ চাফাইকৰ্মী আছিল। 


বৰপেটাৰোড ষ্টেছন ৰোডত AS 09 AC 1933 নম্বৰৰ ১০ চকীয়া ট্ৰাকখনে মহতিয়াই নিয়ে চাফাইকৰ্মীগৰাকীক।


ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাক চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।


উল্লেখযোগ্য যে অতি ব্যস্ত চহৰখনত জনস্বাৰ্থৰ খাতিৰত বৰপেটাৰোড পৌৰ সভাই পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ দহ চকীয়া বাহনকে ধৰি গধুৰ যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল যদিও চহৰখনত আৰক্ষীৰ সন্মুখতে কেনেদৰে শ শ গধুৰ যান বাহন প্ৰৱেশ কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সাধাৰণ ৰাইজে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ