--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সোণৰ দাম দিনকদিনে বৃদ্ধি পাই গৈ আছে। ইয়াৰ ফলত এতিয়া সোণ সাধাৰণ মানুহৰ বাবে সহজলভ্য হৈ থকা নাই। কালি সোণৰ দামে সৰ্বকালৰ অভিলেখৰ সৃষ্টি কৰে আৰু প্ৰতি দহ গ্ৰামৰ দাম হয়গৈ ৮৩,৭৫০ টকা। 

মন কৰিবলগীয়া যে কালি ২৪ কেৰেটৰ সোণৰ প্ৰতি দহ গ্রামৰ দাম ৯১০ টকা বৃদ্ধি পায়। এসপ্তাহৰ ভিতৰত সোণৰ দাম প্রায় ১,৬০০ টকা বৃদ্ধি পায়। আনহাতে কালি প্রতি কিল'গ্ৰাম ৰূপৰ দাম প্রায় এহেজাৰ টকা বৃদ্ধি পাই ৯৩,০০০ টকা হয়গৈ। ইফালে ১ ফেব্ৰুৱাৰীত কেন্দ্রীয় বাজেট দাখিল কৰা হ'ব। ইয়াৰ আগে আগে ভাৰতীয় শ্বেয়াৰ বজাৰলৈ সুদিন উভতি অহা পৰিলক্ষিত হৈছে। 

শ্বেয়াৰ বজাৰত একেৰাহে দুদিন সূচকাংক ঊর্ধ্বগামী হয়। কালি শ্বেয়াৰ বজাৰত হোৱা উত্থানৰ ফলত বিনিয়োগকাৰীৰ প্রায় ৮ লাখ কোটি টকা লাভ হয়। কালি বম্বে ষ্টক এক্সছেঞ্জৰ সূচকাংক ছেনছেক্স ৬১৩.৫৫ পইন্ট ঊর্ধ্বগামী হৈ ৭৬,৫৩২.৯৬ পইণ্ট হয়গৈ। আনহাতে ৰাষ্ট্ৰীয় ষ্টক এক্সছেঞ্জৰ সূচকাংক নিফটি ২০৫.৮৫ পইন্ট ঊর্ধ্বগামী হৈ ২৩,১৬৩.১০ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ