--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জর্দাৰী পাঁচদিনীয়া চৰকাৰী ভ্রমণসূচী লৈ মঙলবাৰে চীনলৈ যাব। এই ভ্ৰমণৰ সময়ত তেওঁ চীনৰ নেতাসকলৰ সৈতে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্বন্ধসমূহৰ বিষয়ত বিস্তৃতভাৱে আলোচনা কৰিব।


 ভ্রমণকালত তেওঁ অর্থনৈতিক আৰু বাণিজ্যৰ সহযোগিতা, নিৰাপত্তা 'বিষয়ক সহযোগিতাৰ বিষয়তো চীনৰ নেতাসকলেৰে আলোচনাত মিলিত হ'ব।

 পাকিস্তানৰ বৈদেশিক ম্যালয়ে সোমবাৰে সদৰী কৰা অনুসৰি, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ আমন্ত্ৰণ ক্রমে ৰাষ্ট্ৰপতি জৰ্দাৰী চীনলৈ যাব আৰু ৰাষ্ট্ৰপতি জিনপিঙৰ লগতে প্রধানমন্ত্রী লি কিয়াং আৰু অন্য জ্যেষ্ঠ চৰকাৰী বিষয়াবৰ্গৰ লগত উচ্চক্তৰীয় আলোচনাত মিলিত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ