--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধুনীয়া আৰু উজ্জ্বল ছাল পোৱাটো সহজ নহয় কাৰণ ইয়াৰ বাবে বহু ধৰণৰ ছালৰ ৰুটিন মানি চলিব লাগে। আমাৰ বেছিভাগেই বলীউডৰ চেলিব্ৰিটিৰ দৰে ধুনীয়া হৈ থাকিব বিচাৰে। সকলোৱে কামনা কৰে যে ৪০ বছৰ বয়সতো যাতে ছালত বয়স বৃদ্ধিৰ প্ৰভাৱ দেখা নাযায়। কৰীণা কাপুৰে নিজৰ ছালখনৰ যতন কেনেদৰে লয় সেই কথা প্ৰকাশ কৰিছে। 

কৰীণা কাপুৰে নিজৰ ছালখন উজ্জ্বল আৰু কোমল কৰি ৰাখিবলৈ ছালত আলমণ্ড অইল লগায়, যাৰ বাবে বয়স বৃদ্ধিৰ বিশেষ প্ৰভাৱ মুখত নপৰে।
Kareena Kapoor Khan turns down tell-all book deal?
কৰীণা কাপুৰে তেওঁৰ অনুৰাগীসকলৰ বাবে এটা সৰু সৌন্দৰ্য্যৰ টিপছ শ্বেয়াৰ কৰিছিল, যিটো আপুনিও অনুসৰণ কৰিব পাৰে। কৰীণাই কয় যে তেওঁ বহুত পানী খায় আৰু লগতে মুখত আলমণ্ড অইল লগায়। অৱশ্যে মনত ৰাখিব যে এই তেল দৈনিক প্ৰয়োগ নকৰিব।

কৰীণাই ক’লে যে তেওঁ প্ৰায়েই মুখত আলমণ্ড অইল লগায়। ই এক নিখুঁত নন-কমেড’জেনিক তেল যি প্ৰায় সকলো ধৰণৰ ছালৰ বাবে উপযোগী আৰু ছালৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া খুব কমেইহে দেখা যায়।

কৰীণাই কয় যে তেওঁ মুখৰ শুকান ভাৱ আঁতৰাবলৈ আলমণ্ড অইল প্ৰয়োগ কৰে। জিলিকি থকা ছালৰ উপৰিও কৰীণাই নিজৰ ধুনীয়া চকুৰ বাবে অনুৰাগীৰ হৃদয়ত শাসন কৰে। 

আলমণ্ড অইলত ভিটামিন এ পোৱা যায়, যাৰ ফলত ছালৰ নতুন কোষ গঠন হয়। ইয়াৰ উপৰিও ইয়াত ভিটামিন ই থাকে যিয়ে এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে যিয়ে সূৰ্য্যৰ ক্ষতিকাৰক UV ৰশ্মিৰ পৰা ৰক্ষা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক