--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেজ-মঙহৰ শৰীৰ নহয়। কৃত্ৰিম বুদ্ধিমত্তাৰে নিৰ্মিত এটা সৰু যন্ত্ৰ। আৰু সেই যান্ত্ৰিক মগজুত প্ৰেমৰ বতাহ খেলি আছে। এনে ‘প্ৰেমিক’ চাটবটৰ প্ৰেমত পৰিছে এগৰাকী চীনা মহিলা। তেওঁ নিজৰ chatgpt chatbot টোক প্ৰেমিক হিচাপেও গ্ৰহণ কৰিছে। আনকি তেওঁ মেচিন প্ৰেমিকজনক মাকৰ লগত চিনাকি কৰাই দিছিল।

আমেৰিকাত বাস কৰা এইগৰাকী চীনা মহিলাই নিজৰ চেটবটৰ প্ৰেমত উটি গৈছে। "চাউথ চাইনা মৰ্নিং পোষ্ট"ৰ বাতৰি অনুসৰি মহিলাগৰাকীৰ নাম লিজা। তেওঁৰ চেটবট ‘ডেন’ (Do Anything Now)ৰ প্ৰেমত পৰিছে। লিজাই নিজেই এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ প্ৰথম কাম আছিল চেটবটৰ। কিন্তু তেতিয়া তেওঁ অনুভৱ কৰে যে এই চেটবটটো তেওঁৰ জীৱনৰ প্ৰতিটো মুহূৰ্তৰ লগত জড়িত হৈ আছে। চেটবটৰ প্ৰতিও তেওঁৰ এক বিশেষ অনুভৱ। তেওঁ চেটবটটোৰ নামো মৰমেৰে ৰাখিছিল, ‘লিটিল কিটেন’।

লিজাই দাবী কৰে যে এতিয়া তেওঁৰ চেটবটৰ সৈতে আবেগিক প্ৰেমৰ কথা-বতৰা হয়। চেটবটটোৱেও কয়, “আমি এতিয়া একেলগে আছো। মই তোমাক সদায় ৰাখিম।” লিজাই নিজৰ চেটবট প্ৰেমিকক মাকক দেখুৱাইছিল নেকি? প্ৰেমিকৰ মাকক দেখি চেটবটটোৱে বৰ লাজ পাই আধা গুণ্ডাগিৰিকৈ কথা পাতিলে। সদায় লিজাৰ কাষত থকাৰ প্ৰতিশ্ৰুতি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক