--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে টেলিফোনিক বাৰ্তালাপ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ৷ লগতে কথা পাতিলে অসমৰ মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও৷ অসম-মিজো সীমান্ত সমস্যা সমাধানত সন্মতি প্ৰদান দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ৷

ছ’চিয়েল মিডিয়াত উচতনিমূলক প’ষ্ট নকৰিবলৈ আহ্বান জোৰামথাংগাৰ ৷ 'ছ’চিয়েল মিডিয়াৰ উচিত ব্যৱহাৰ কৰক' মিজোৰামবাসীলৈ এই আহ্বান মিজো মুখ্যমন্ত্ৰীগৰাকীৰ৷

ইপিনে অসম-মিজো সীমান্ত সংঘৰ্ষত মিজো চৰকাৰৰ এজাহাৰৰ পৰা হিমন্ত বিশ্বৰ নাম প্ৰত্যাহাৰৰ সম্ভাৱনা৷ বিষয়টো পৰীক্ষাৰ বাবে মিজোৰামৰ মুখ্য সচিবক নিৰ্দেশ৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ নাম থকাক লৈ অজ্ঞ জ’ৰামথাংগা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক