--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী: লাডাখত চলি থকা অস্থিৰতাৰ মাজতে ভাৰতে বিগত সপ্তাহত উত্তৰ ছিকিমৰ নাকু লাত চীনা সৈন্যৰ আগ্ৰাসনৰ এক প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে চীনা সৈন্যই বিগত সপ্তাহত সীমান্ত পাৰ হ'বলৈ চেষ্টা কৰিছিল৷

আৰু পঢ়িব পাৰিব : ৰংজুলিৰ ৰৌমাৰীত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে শিল্পী মনোজক…

কিন্তু উত্তৰ ছিকিমৰ নাকু লাত ভাৰতীয় সৈন্যসকলে প্ৰত্যাহ্বান জনোৱাৰ ফলত হিংসাত্মক সংঘৰ্ষ হৈছিল। এই হিংসাত্মক সংঘৰ্ষৰ ফলত দুয়োফালৰ সৈন্যই আঘাতপ্ৰাপ্ত হয়৷

আৰু পঢ়িব পাৰিব : মছজিদত অচিনাক্ত ১৫জনীয়া দল প্ৰৱেশ কৰি পঢ়িলে নামাজ !

সংঘৰ্ষটোত প্ৰায় ২০জন চীনা সৈনিক আহত হোৱাৰ বিপৰীতে ভাৰতীয় সেনাৰ চাৰিজন সৈন্য আঘাতপ্ৰাপ্ত হৈছিল৷ অৱশ্যে ভাৰতীয় সেনাৰ সৈন্যসকলে উত্তৰ ছিকিমত প্ৰতিকূল বতৰৰ পৰিস্থিতি সত্ত্বেও চীনক সফলতাৰে পাছ হোঁহকাবলৈ বাধ্য কৰায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement